Posts

Showing posts with the label Believe in

32:15-Notes(Sajdah, Ayats, Believe in, Glory)

32:15-Notes(Sajdah, Ayats, Believe in, Glory) ৩২:১৫ إِنَّمَا يُؤْمِنُ بِآيَاتِنَا الَّذِينَ إِذَا ذُكِّرُوا بِهَا خَرُّوا سُجَّدًا وَسَبَّحُوا بِحَمْدِ رَبِّهِمْ وَهُمْ لَا يَسْتَكْبِرُونَ ۩ কেৱল তেওঁলোকেই আমাৰ আয়াতসমূহৰ🔺2 প্ৰতি বিশ্বাস স্থাপন🔺1 কৰে, যিসকলে ইয়াৰ দ্বাৰা উপদেশপ্ৰাপ্ত হ’লে ছাজদাত🔺3 পৰি যায় আৰু নিজ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা 🔺4আৰু মহিমা ঘোষণা কৰে, আৰু তেওঁলোকে অহংকাৰ নকৰে। . 32:15 Only those believe in🔺1 Our proofs🔺2 who, when they are reminded thereof, fall down in submission;🔺3 and they give glory🔺4 with the praise of their Lord, and they wax not proud.(sam). . 🔺1-See note to 58:4 for Qur’anic usage of to believe in. ৫৮:৪ فَمَنْ لَمْ يَجِدْ فَصِيَامُ شَهْرَيْنِ مُتَتَابِعَيْنِ مِنْ قَبْلِ أَنْ يَتَمَاسَّا ۖ فَمَنْ لَمْ يَسْتَطِعْ فَإِطْعَامُ سِتِّينَ مِسْكِينًا ۚ ذَٰلِكَ لِتُؤْمِنُوا بِاللَّهِ وَرَسُولِهِ ۚ وَتِلْكَ حُدُودُ اللَّهِ ۗ وَلِلْكَافِرِينَ عَذَابٌ أَلِيمٌ কিন্তু যিয়ে এইটো কৰিব নোৱাৰিব, তেন্তে ইজনে সিজনক স্পৰ্শ কৰাৰ আগতে সি একেৰাহে দুমাহ ছিয়াম পালন কৰ...