Posts

Showing posts with the label 58:11-Behaviour in assemblies আৰু Consensus/ঐক্যমত/সহমত:

58:11-Behaviour in assemblies/সমাবেশত আচৰণ আৰু Consensus/ঐক্যমত/সহমত:

58:11-Behaviour in assemblies/সমাবেশত আচৰণ আৰু Consensus/ঐক্যমত/সহমত: ।।। Behaviour in assemblies. See verses 49:2; 62:9-11.  Consensus: verses 3:159; 42:38; 62:9-11.(sig). (Behaviour in assemblies: ৪৯:২ يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَرْفَعُوا أَصْوَاتَكُمْ فَوْقَ صَوْتِ النَّبِيِّ وَلَا تَجْهَرُوا لَهُ بِالْقَوْلِ كَجَهْرِ بَعْضِكُمْ لِبَعْضٍ أَنْ تَحْبَطَ أَعْمَالُكُمْ وَأَنْتُمْ لَا تَشْعُرُونَ হে মুমিনসকল! তোমালোকে নবীৰ কণ্ঠস্বৰৰ ওপৰত নিজৰ কণ্ঠস্বৰ উচ্চ নকৰিবা আৰু নিজৰ মাজত যেনেকৈ উচ্চস্বৰে কথা কোৱা তেওঁৰ লগত তেনেকৈ উচ্চস্বৰত কথা নক’বা; অন্যথা তোমালোকে গম নোপোৱাকৈয়ে তোমালোকৰ সকলো আমল বিনষ্ট হৈ যাব। (Pl find the verse/notes 49:2 in the link: https://aqspart2.blogspot.com/2023/02/part-502-5034901-09al-hujuratthe-walls.html?m=1) on  . ৬২:৯ يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا نُودِيَ لِلصَّلَاةِ مِنْ يَوْمِ الْجُمُعَةِ فَاسْعَوْا إِلَىٰ ذِكْرِ اللَّهِ وَذَرُوا الْبَيْعَ ۚ ذَٰلِكُمْ خَيْرٌ لَكُمْ إِنْ كُنْتُمْ تَعْلَمُونَ হে ঈমান্দাৰসকল! জুমুআৰ দিনা যেতিয়া ছালাতৰ বাবে আহ...