ref9:20
ref9:20 ✳️৯:২০ الَّذِينَ آمَنُوا وَهَاجَرُوا وَجَاهَدُوا فِي سَبِيلِ اللَّهِ بِأَمْوَالِهِمْ وَأَنْفُسِهِمْ أَعْظَمُ دَرَجَةً عِنْدَ اللَّهِ ۚ وَأُولَٰئِكَ هُمُ الْفَائِزُونَ যিসকলে ঈমান আনিছে, হিজৰত কৰিছে আৰু নিজৰ সম্পদ আৰু নিজৰ জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে তেওঁলোক আল্লাহৰ ওচৰত মৰ্যাদাত শ্ৰেষ্ঠ, আৰু তেওঁলোকেই সাফল্যমণ্ডিত। 👇ref: 2:4, 3:116, 3:85, 31:34 . ২:৪ وَالَّذِينَ يُؤْمِنُونَ بِمَا أُنْزِلَ إِلَيْكَ وَمَا أُنْزِلَ مِنْ قَبْلِكَ وَبِالْآخِرَةِ هُمْ يُوقِنُونَ আৰু যিসকলে ঈমান পোষণ কৰে তাৰ ওপৰত, যি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে আৰু যি তোমাৰ পূৰ্বে অৱতীৰ্ণ কৰা হৈছিল আৰু যিসকলে আখিৰাতৰ প্ৰতি পূৰ্ণ বিশ্বাসী । . ৩:১১৬ إِنَّ الَّذِينَ كَفَرُوا لَنْ تُغْنِيَ عَنْهُمْ أَمْوَالُهُمْ وَلَا أَوْلَادُهُمْ مِنَ اللَّهِ شَيْئًا ۖ وَأُولَٰئِكَ أَصْحَابُ النَّارِ ۚ هُمْ فِيهَا خَالِدُونَ নিশ্চয় যিসকলে কুফৰী কৰিছে, সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততি আল্লাহৰ ওচৰত কেতিয়াও কোনো কামত নাহিব; আৰু সিহঁতেই জুইৰ অধিবাসী, সিহঁত তাত স্থায়ী হ’ব। . ৩:৮৫ وَمَنْ يَبْتَغِ غَيْرَ الْإِسْلَامِ دِينًا فَ...