আগ-কথাঃPart-279(18:83-95)
📗আগ-কথাঃPart-279(18:83-95) 📗 https://youtu.be/FSM_qXPtV8M ।।। 📗মিনি সূচিঃ ✴️আগ-কথাঃ ইয়াত জুল-কাৰনাইনৰ গোটেই পৃথিৱীৰ তিনিটা বৃহৎ অভিযানৰ কথা বৰ্ণিত হৈছে। ১)১৮:৮৫-৮৬:(তেওঁ সূৰ্য অস্ত যোৱাৰ স্থানত উপস্থিত হ’ল) ২)১৮:৮৯-৯০(তেওঁ যেতিয়া সূৰ্যোদয়ৰ ঠাই পালে) ৩)১৮:৯২-৯৩(অৱশেষত তেওঁ যেতিয়া দুই পৰ্বতৰ মধ্যৱৰ্তী স্থলত উপনীত হ’ল। এই অভিযানত ইয়া’জুজ আৰু মা’জুজক যি পৃথিৱীত অশান্তি সৃষ্টি কৰি আছিল সিহঁতক তেতিয়াৰ দিনতেই উন্নতমানৰ বৈজ্ঞানিক প্ৰযুক্তিবিদ্যাৰে আল্লাহে দিয়া জ্ঞানেৰে লোৰ টিন আৰু তামেৰে এখন দেৱালেৰে বন্দী কৰি ৰাখিলে। এইখন এনেকুৱা এখন শক্তিশালী দেৱাল যিখন ইয়া’জুজ আৰু মা’জুজে পাৰ হোৱা বা ফুটা কৰা অথবা ভাঙি পাৰ হৈ অহা অসম্ভৱ-১৮:৯৭। ইয়াক কেৱল আল্লাহে ভাঙিব পাৰিব-১৮:৯৮। কিন্তু তথাকথিত মিছা হাদিসবোৰে কোৰআনৰ বিপক্ষে কথাকৈ কোৰআনৰ মূল কথাৰ পৰা কিচ্ছা কাহিনীৰ পাছত দৌৰাই দিয়ে। চাওঁক: ✔️যাইনাব বিন্তে জাহাশ্ব ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে, এদিনাখন ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উদ্বিগ্ন অৱস্থাত “লা ইলা-হা ইল্লাল্লাহ’ কওঁতে কওঁতে মোৰ গৃহত প্রৱেশ কৰিলে আৰু ক’ল...