War and Peace

ইছলাম মানে শান্তি আৰু হাৰ্ব(২:২৭৯) মানে যুদ্ধ।
War and Peace দুটা বিপৰীত মুখি শব্দ। গতিকে ইছলামে কাৰো লগত যুদ্ধ নকৰে, কিন্তু কোনোৱে আক্ৰমণ কৰিলে বা তাৰ সম্ভাৱনা থাকিলে তাৰ প্ৰতিৰক্ষাৰ সকলো সতৰ্কতা অৱলম্বন কৰে। তলৰ আয়াত দুটা মন কৰিব(Part-60)।
কোৰআনত দুই ধৰণৰ যুদ্ধৰ কথা আছে।
(১) এবিধ আল্লাহ আৰু তেওঁৰ ৰছুলে মুনাফিকৰ(ইমান আনি যি তাক ভংগ কৰে-৬৩:৭) বিৰুদ্ধে কৰা যুদ্ধ (২:২৭৮-২৭৯)।
(২) আনবিধ টকা পইচাৰ সমতাৰ/প্ৰভুত্বৰ বাবে যাৰ দ্বাৰা মুমিনক ভাগ ভাগ কৰাৰ বাবে। জেৰুজালেমৰ মছজিদটোৱেই ইয়াৰ উদাহৰণ(৯:১০৭-১০৮)।

মুঠৰ ওপৰত মুনাফিক আৰু ইহুদীয়েই যুদ্ধ লগায়।।

             ⬇️See

TWOCAUSEOFWAR.MS

🌈৩:১২১

وَإِذْ غَدَوْتَ مِنْ أَهْلِكَ تُبَوِّئُ الْمُؤْمِنِينَ مَقَاعِدَ لِلْقِتَالِ ۗ وَاللَّهُ سَمِيعٌ عَلِيمٌ

আৰু স্মৰণ কৰা, যেতিয়া তুমি পুৱাৰ ভাগত নিজৰ পৰিয়ালৰ পৰা ওলাই গৈ যুদ্ধৰ বাবে মুমিনসকলক 👉ৰণক্ষেত্ৰত বিন্যস্ত কৰিছিলা; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

[3:121] Also (Wa) when (Iz') you departed (Gadaw'ta) from (Min') your family (s) (Ah'li-ka) 👉to assign (Tubawwiu) the believers (El'Mu'miniina) the stations (Maqaaeda) to fight (Lil' Qitaali). And (Wa) GOD (Ellahu) is Hearing (Samiiun) and Omniscient (Åliim). 

.

📍 Special Note:৩:১২১

👉to assign(দায়িত্ব অর্পণ কৰা)=যুদ্ধ হ'লে তাৰ আগতিয়া নিজৰ সুৰক্ষাৰ আখৰাৰ ব্যৱস্থা। 

বিভিন্ন ব্যাখ্যাকাৰীসকলে এই আয়াতত ওহোদ/বদৰ যুদ্ধ(Uhud Battle/Badr Battle) ব্ৰেকেতৰ মাজত সংযোগ কৰে কিন্তু আয়াতত এইবোৰ নাই।
.

🌈৩:১২৩

وَلَقَدْ نَصَرَكُمُ اللَّهُ بِبَدْرٍ وَأَنْتُمْ أَذِلَّةٌ ۖ فَاتَّقُوا اللَّهَ لَعَلَّكُمْ تَشْكُرُونَ

আৰু বদৰৰ 🩸যুদ্ধত নিশ্চয় আল্লাহে তোমালোকক সহায় কৰিছল সেই সময়ত তোমালোক অতি দুৰ্বল আছিলা। এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা।

(🩸 আয়াতত যুদ্ধ শব্দটো নাই, কিন্তু এই অনুবাদত ইয়াক ভৰাই দিছে).

.

[3:123] And (Wa) GOD (Ellahu) has certainly (Laqad') granted you victory (Nasora-kumu) at (Bi) Badr🩸(Bad'rin) while (Wa) you (Antum') were subdued (Azillatun). Therefore (Fa) beware of GOD (Ettaqu'llaha) so that you (Laållakum') may be thankful (Tash'kuruun).(8:41-44).

.

📍 Special Note on the word Badr🩸:

Ba-Dal-Ra

Root meaning=become full/grown/round/large (e.g. full moon).

এই🩸চিহ্নলৈ মন কৰিব। 

।।।।
যুগুটালে, চৈয়দ ৰফিক।।।


Comments

Popular posts from this blog

Note-36:66

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.