23:01-11: Verses/Notes

23:01-11: Verses/Notes
➡️আগ-কথা: 
This is the 23rd Surah of the Qur’an. It has 118 verses.
কোৰআনৰ গ্ৰন্থত ‘মুছলিম’ আৰু ‘মু’মিন’ শব্দ দুটা সুকীয়াকৈ ব্যৱহাৰ কৰা হৈছে। উদাহৰণস্বৰূপে, এজন মুছলিম হ’ব পাৰে কিন্তু এতিয়াও ‘মু’মিন’ (মুমিন) নহ’বও পাৰে কাৰণ তেওঁলোকৰ হৃদয়ত এতিয়াও প্ৰকৃত বিশ্বাস সোমাব পৰা নাই। .... সবিশেষ পঢ়িবলৈ লিংকত আঘাট কৰক: https://bit.ly/3Qbp6cD
.
আল্লাহৰ ওচৰত সেইজনেই সফল যিজন মুছলিম হোৱাৰ উপৰিও মু'মিন। কেৱল মুছলিম হৈ কাম নাই। কোনোৱা ইহুদী আৰু খ্ৰীষ্টানসকলো ‘মুছলমান’ হ’ব পাৰে(https://bit.ly/3BxWlTu)। মুমিনৰ চমু পৰিচয় যোৱা খণ্ডৰ ২২:৭৭ আয়াতত লিখি অহা হৈছে।চাব পাৰে,লিংক:https://bit.ly/3oMMv8J
।।।
➡️২৩:১
 قَدْ أَفْلَحَ الْمُؤْمِنُونَ
অৱশ্যে মুমিনসকল সফলকাম হৈছে,
.
✍️ আগ-কথা চাওঁক।
.
➡️২৩:২
الَّذِينَ هُمْ فِي صَلَاتِهِمْ خَاشِعُونَ
যিসকল নিজৰ চালাতত ভীতি-অৱনত,
.
✍️Verse:
23:2Those who humbly and whole-heartedly follow Divine Commands.sa
.
➡️২৩:৩
وَالَّذِينَ هُمْ عَنِ اللَّغْوِ مُعْرِضُونَ
আৰু যিসকল অসাৰ কথা-বতৰাৰ পৰা বিমুখ,
.
✍️ref:(41:26).
৪১:২৬
وَقَالَ الَّذِينَ كَفَرُوا لَا تَسْمَعُوا لِهَٰذَا الْقُرْآنِ وَالْغَوْا فِيهِ لَعَلَّكُمْ تَغْلِبُونَ
আৰু কাফিৰবিলাকে কয়, ‘তোমালোকে এই কোৰআনৰ নিৰ্দেশ নুশুনিবা আৰু সেয়া তিলাৱত কৰাৰ সময়ত হৈ চৈ সৃষ্টি কৰিবা, যাতে তোমালোকে জয়ী হ’ব পাৰা’।
.
➡️২৩:৪
وَالَّذِينَ هُمْ لِلزَّكَاةِ فَاعِلُونَ
আৰু যিসকল যাকাতৰ ক্ষেত্ৰত সক্ৰিয়,
.
✍️Note:
Lit., ''working for" or "active in behalf of [inner] purity, which is the meaning of zakah in this context(as).
.
➡️২৩:৫
وَالَّذِينَ هُمْ لِفُرُوجِهِمْ حَافِظُونَ
যিসকলে নিজৰ যৌনাংগক ৰাখে সংৰক্ষিত,
.
✍️Verse/Note/Ref:
23:5-6. And they preserve their sexual energies only for their wives; or slave maids (who were in their possession before the Quranic injunctions prohibiting slavery were revealed ~ 
47:4; and who after being duly married had been given a status equal to that of other wives). There is no blame in having sexual relations with them.pz.
(Google translate: আৰু তেওঁলোকে নিজৰ যৌন শক্তি কেৱল নিজৰ পত্নীৰ বাবেহে সংৰক্ষণ কৰে;  বা দাস দাসী (যিসকল দাসত্ব নিষিদ্ধ কৰা কোৰআনৰ নিষেধাজ্ঞা জাৰি হোৱাৰ আগতে তেওঁলোকৰ হাতত আছিল ~
 ৪৭:৪;  আৰু যিসকলক যথাযথভাৱে বিবাহ কৰাৰ পিছত আন পত্নীৰ সমান মৰ্যাদা দিয়া হৈছিল)।  তেওঁলোকৰ লগত যৌন সম্পৰ্ক স্থাপন কৰাত কোনো দোষ নাই)
.
➡️২৩:৬
إِلَّا عَلَىٰ أَزْوَاجِهِمْ أَوْ مَا مَلَكَتْ أَيْمَانُهُمْ فَإِنَّهُمْ غَيْرُ مَلُومِينَ
কেৱল নিজ স্ত্ৰী অথবা অধিকাৰভুক্ত দাসীসকলৰ বাহিৰে, নিশ্চয় ইয়াত তেওঁলোক নিন্দিত নহ’ব,
(see note of 23:5 above).
.
✍️ BB-reference:(70:29-30).
৭০:২৯
وَالَّذِينَ هُمْ لِفُرُوجِهِمْ حَافِظُونَ
আৰু যিসকলে নিজৰ যৌনাঙ্গসমূহৰ হিফাজতকাৰী,
৭০:৩০
إِلَّا عَلَىٰ أَزْوَاجِهِمْ أَوْ مَا مَلَكَتْ أَيْمَانُهُمْ فَإِنَّهُمْ غَيْرُ مَلُومِينَ
কিন্তু সিহঁতৰ পত্নী অথবা অধিকাৰভুক্ত দাসীৰ বাহিৰে, এনে ক্ষেত্ৰত সিহঁত নিন্দনীয় নহ’ব--
[ref:See 4:24-25(note:link:https://bit.ly/3OSNONV) and 23:5-6].
.
✍️Verse/note:
23:6 Holding off their carnal desires except for their spouses who are rightfully theirs through wedlock. They are then, free of all blame. (4:3, 24, 25. 24:32).

Note.
The very common rendition of this verse is extremely misleading. The ancient and modern scholars, to my knowledge, with the solitary exception of Muhammad Asad in his ‘The Message Of The Qur’an, think that slave girls are being mentioned here. But, Ma Malakat Ayemaanahum is common gender. Could the translators have said that it was right for a bondman to have sex with his ‘owner’ woman, and that too, when she was married? The translators and exponents confined it to the females alone since in the second century after the exalted Prophet, Muslims, under the influence of corrupted kings and Imams, had begun reverting to the old ways of Jaahilyah. Some verses foretell these conspiracies: 6:112, 22:52, 25:31, 
42:13, 45:16. The word AW in 23:6 is explanatory. AW = Or - That is - Namely - Call it - In other words. AW appears in this format instead of 'or' in many places in the Qur’an such as 23:5, 24:3, 25:62. Please also see 70:30. Ma malakat ayimaanukum = Literally, those whom your right hands already possess = Those who are rightfully yours through wedlock(sa).
.
➡️২৩:৭
فَمَنِ ابْتَغَىٰ وَرَاءَ ذَٰلِكَ فَأُولَٰئِكَ هُمُ الْعَادُونَ
এতেকে যিসকলে ইয়াৰ বাহিৰে আনক কামনা কৰিব, সিহঁতেই হ’ব সীমালঙ্ঘনকাৰী,
.
✍️ BB-ref:(70:31).
৭০:৩১
فَمَنِ ابْتَغَىٰ وَرَاءَ ذَٰلِكَ فَأُولَٰئِكَ هُمُ الْعَادُونَ
কিন্তু যিসকলে এওঁলোকৰ বাহিৰে আনক কামনা কৰে, সিহঁতেই সীমালঙ্ঘনকাৰী।
.
✍️verse/note:
23:7. Whoever resorts to any other form of sexual relation is tresspassing the Divine Limits (which is a serious offence ~ 24:2)pz.
.
➡️২৩:৮
وَالَّذِينَ هُمْ لِأَمَانَاتِهِمْ وَعَهْدِهِمْ رَاعُونَ
আৰু যিসকলে ৰক্ষা কৰে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি,
.
✍️ BB-ref:(70:32).
৭০:৩২
وَالَّذِينَ هُمْ لِأَمَانَاتِهِمْ وَعَهْدِهِمْ رَاعُونَ
আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে,
.
✍️verse/note:
23:8. And they guard their trust and uphold their promises (4:58);pz.
{৪:৫৮(Elect/Appoint Qualified People and Observe Justice).
۞ إِنَّ اللَّهَ يَأْمُرُكُمْ أَنْ تُؤَدُّوا الْأَمَانَاتِ إِلَىٰ أَهْلِهَا وَإِذَا حَكَمْتُمْ بَيْنَ النَّاسِ أَنْ تَحْكُمُوا بِالْعَدْلِ ۚ إِنَّ اللَّهَ نِعِمَّا يَعِظُكُمْ بِهِ ۗ إِنَّ اللَّهَ كَانَ سَمِيعًا بَصِيرًا
নিশ্চয় আল্লাহে তোমালোকক আমানতসমূহ তাৰ গৰাকীলৈ ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে। তোমালোকে যেতিয়া মানুহৰ মাজত বিচাৰকাৰ্য পৰিচালনা কৰিবা তেতিয়া তোমালোকে ন্যায়পৰায়ণতাৰ সৈতে বিচাৰ কৰিবা। আল্লাহে তোমালোকক যি উপদেশ দিয়ে সেয়া কিমান যে উৎকৃষ্ট! নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।}
.
➡️২৩:৯
وَالَّذِينَ هُمْ عَلَىٰ صَلَوَاتِهِمْ يُحَافِظُونَ
আৰু যিসকলে নিজ চালাতত থাকে যত্নৱান,
.
✍️ BB-ref:(2:238).
.
✍️Verse/Note:
23:9. (Briefly speaking) Success and prosperity will be accrued by only those who always stand by the Nizam-us-Salat ordained by Allah. They follow the Divine Law in every walk of life (24:41).pz.
[২৪:৪১
أَلَمْ تَرَ أَنَّ اللَّهَ يُسَبِّحُ لَهُ مَنْ فِي السَّمَاوَاتِ وَالْأَرْضِ وَالطَّيْرُ صَافَّاتٍ ۖ كُلٌّ قَدْ عَلِمَ ⬅️صَلَاتَهُ وَتَسْبِيحَهُ ۗ وَاللَّهُ عَلِيمٌ بِمَا يَفْعَلُونَ
তুমি লক্ষ্য কৰা নাইনে যে, আকাশসমূহ আৰু পৃথিৱীত যিসকল আছে তেওঁলোকে আৰু শাৰীবদ্ধভাৱে উৰিফুৰা চৰাইয়েও আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে? প্ৰত্যেকেই জানে নিজ নিজ ইবাদতৰ আৰু পৱিত্ৰতা-মহিমা ঘোষণাৰ পদ্ধতি। আৰু সিহঁতে যি কৰে সেই বিষয়ে আল্লাহ সম্যক অৱগত।
Note:All creatures know their Salaat, their inborn Divinely programmed instincts. So, they can automatically strive do their Tasbeeh in the best way. But humans are not programmed with such inborn instincts. Given free will, they must do their Salaat by following the revealed guidance and thus strive do Tasbeeh in the best way-sa.
.
Ref:১৭:৪৪
تُسَبِّحُ لَهُ السَّمَاوَاتُ السَّبْعُ وَالْأَرْضُ وَمَنْ فِيهِنَّ ۚ وَإِنْ مِنْ شَيْءٍ إِلَّا يُسَبِّحُ بِحَمْدِهِ وَلَٰكِنْ لَا تَفْقَهُونَ تَسْبِيحَهُمْ ۗ إِنَّهُ كَانَ حَلِيمًا غَفُورًا
সাতোখন আকাশ আৰু পৃথিৱী লগতে ইয়াৰ মাজত যি আছে সেই সকলোৱে তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু এনে কোনো বস্তু নাই যিটোৱে তেওঁৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰে; কিন্তু সিহঁতৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা তোমালোকে বুজি নোপোৱা; নিশ্চয় তেওঁ সহনশীল, ক্ষমাপৰায়ণ।]
.
➡️২৩:১০
أُولَٰئِكَ هُمُ الْوَارِثُونَ
তেওঁলোকেই হ’ব অধিকাৰী--
.
✍️Verse:
23:10. These are the very people who are the real inheritors of success and prosperity in life;pz.
.
➡️২৩:১১
الَّذِينَ يَرِثُونَ الْفِرْدَوْسَ هُمْ فِيهَا خَالِدُونَ
যিসকল অধিকাৰী হ’ব ফিৰদাউছৰ, য’ত তেওঁলোক স্থায়ী হ’ব।
.
✍️Verse/Note/ref:
23:11. (In other words) They will have the pleasant things and inherit a life of abundance, in this world and in the hereafter where they will stay forever. (7:43, 43:72) 
(These are the distinctive attributes of the momineen, who shall live a successful life ~ 70:23-34(pz).
.
syedraf 

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.