25:1-Furkan,clear discernment between right and wrong/ফুৰকান তথা ন্যায়-অন্যায় পাৰ্থক্যকাৰী
25:1-Furkan,clear discernment between right and wrong/ফুৰকান তথা ন্যায়-অন্যায় পাৰ্থক্যকাৰী
.
🔵২৫:১
تَبَارَكَ الَّذِي *⬅️نَزَّلَ الْفُرْقَانَ عَلَىٰ عَبْدِهِ لِيَكُونَ لِلْعَالَمِينَ نَذِيرًا
অতি কল্যাণময় তেওঁ, যিজনে তেওঁৰ ওপৰত ফুৰক্বান অৱতীৰ্ণ* কৰিছে, যাতে তেওঁ (ৰ সেই বান্দা) সৃষ্টিজগতৰ বাবে সতৰ্ককাৰী হ’ব পাৰে।
.
✍️Verse/note/reference:
(➡️18:1-2)*revealed (Nazzala).
১৮:১-২
الْحَمْدُ لِلَّهِ الَّذِي أَنْزَلَ عَلَىٰ عَبْدِهِ الْكِتَابَ وَلَمْ يَجْعَلْ لَهُ عِوَجًا ۜ
যাৱতীয় প্ৰশংসা কেৱল আল্লাহৰ বাবেই, যিজনে তেওঁৰ বান্দাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছে আৰু তাত তেওঁ কোনো ধৰণৰ বক্ৰতা ৰখা নাই,
১৮:২
قَيِّمًا لِيُنْذِرَ بَأْسًا شَدِيدًا مِنْ لَدُنْهُ وَيُبَشِّرَ الْمُؤْمِنِينَ الَّذِينَ يَعْمَلُونَ الصَّالِحَاتِ أَنَّ لَهُمْ أَجْرًا حَسَنًا
সৰলৰূপে, তেওঁৰ কঠিন শাস্তি সম্পৰ্কে সতৰ্ক কৰাৰ বাবে আৰু মুমিনসকল যিসকলে সৎকৰ্ম কৰে, তেওঁলোকক এই সুসংবাদ দিয়াৰ বাবে যে, তেওঁলোকৰ বাবে আছে উত্তম পুৰস্কাৰ,
.
৪:১৩৬
يَا أَيُّهَا الَّذِينَ آمَنُوا آمِنُوا بِاللَّهِ وَرَسُولِهِ ⬅️وَالْكِتَابِ الَّذِي نَزَّلَ عَلَىٰ رَسُولِهِ وَالْكِتَابِ الَّذِي أَنْزَلَ مِنْ قَبْلُ➡️ ۚ وَمَنْ يَكْفُرْ بِاللَّهِ وَمَلَائِكَتِهِ وَكُتُبِهِ وَرُسُلِهِ وَالْيَوْمِ الْآخِرِ فَقَدْ ضَلَّ ضَلَالًا بَعِيدًا
হে মুমিনসকল! তোমালোকে ঈমান আনা আল্লাহৰ প্ৰতি, তেওঁৰ ৰাছুলৰ প্ৰতি আৰু ➡️সেই গ্ৰন্থৰ প্ৰতি যিখন তেওঁ নিজ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰিছে আৰু সেই গ্ৰন্থৰ প্ৰতিও ঈমান আনা যিখন তেওঁ ইয়াৰ পূৰ্বে* অৱতীৰ্ণ কৰিছে।⬅️ যিয়ে আল্লাহ আৰু তেওঁৰ ফিৰিস্তাসকল, তেওঁৰ কিতাবসমূহ, তেওঁৰ ৰাছুলসকল লগতে শেষ দিৱসৰ প্ৰতি কুফৰী কৰিলে সি ভ্ৰষ্টতাত বহু দূৰ আঁতৰি গ’ল।
(*আৰু আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছো, ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা কিতাবসমূহৰ সত্যতা প্ৰতিপন্নকাৰী আৰু সেইবোৰৰ তদাৰককাৰীৰূপে। ....."5:48)
(find 5:48: https://bit.ly/43cRKS5)
✍️Note:
The Quran is the criteria and the statute of God's decrees and is the basis for Absolute Laws and Permanent Values: unchanging principles for changing times. Not applying them does not absolve anyone of their obligations. Whether you believe, or indeed accept this or not, violating or failing to observe God's law means serious consequences - every action has a result, the law of requital is all part of God's ordinance. See verse 24:53(sig).
.
✍️Note/ref:
The Prophet, with his conduct well preserved in the Qur’an, shall be a warner to all people anywhere and at all times 6:19, 7:158,
21:107. Therefore, no Prophet, will come after him.(sa).
(See verses: https://bit.ly/3wcVx2N)
.
arranged syedraf
Comments
Post a Comment