৩৭:৬২:জহান্নামত যাক্কূম গছ খাবলৈ দিয়া হ'ব
ইতিপূৰ্বে ভোগ-বিলাসত যিসকল মগ্ন আছিল তেওঁলোকে সেই দিনটোৰ শাস্তিক সন্দেহ কৰিছিল। তেওঁলোকক যাক্কূম গছ খাবলৈ দিয়া হ'ব। যিবিলাক পেটৰ মাজত উতলি থাকিব।
।।।
৩৭:৬২
أَذَٰلِكَ خَيْرٌ نُزُلًا أَمْ شَجَرَةُ الزَّقُّومِ
(কোৱাচোন) আপ্যায়নৰ বাবে এইবোৰেই উত্তম নে যাক্কূম গছ উত্তম?
.
37:62. Also ask them, "Which is better, the nourishment described above or the 'shajra-tuz-
zaqqum', namely the wealth and goods obtained through oppression and cruelty and which later on become a terrible burden for man. (17:60; 44:44; 56:45.)pz.
(zaqqum', অৰ্থাৎ অত্যাচাৰ আৰু নিষ্ঠুৰতাৰ দ্বাৰা লাভ কৰা ধন-সম্পত্তি আৰু যিবোৰ পিছলৈ মানুহৰ বাবে ভয়ংকৰ বোজা হৈ পৰে। (১৭:৬০; ৪৪:৪৪; ৫৬:৪৫।)
.
(১৭:৬০
وَإِذْ قُلْنَا لَكَ إِنَّ رَبَّكَ أَحَاطَ بِالنَّاسِ ۚ وَمَا جَعَلْنَا الرُّؤْيَا الَّتِي أَرَيْنَاكَ إِلَّا فِتْنَةً لِلنَّاسِ وَالشَّجَرَةَ الْمَلْعُونَةَ فِي الْقُرْآنِ ۚ وَنُخَوِّفُهُمْ فَمَا يَزِيدُهُمْ إِلَّا طُغْيَانًا كَبِيرًا
আৰু স্মৰণ কৰা, যেতিয়া আমি তোমাক কৈছিলো যে, নিশ্চয় তোমাৰ প্ৰতিপালকে মানুহক পৰিবেষ্টন কৰি আছে। আমি যি দৃশ্য তোমাক দেখুৱাইছো সেইটো আৰু কোৰআনত উল্লেখিত অভিশপ্ত গছডালকো কেৱল মানুহৰ বাবে ফিতনাস্বৰূপে নিৰ্ধাৰণ কৰিছো। আমি সিহঁতক ভয় দেখুৱাওঁ, কিন্তু ই সিহঁতৰ ঘোৰ অবাধ্যতাহে বৃদ্ধি কৰে।)
.
(২৩:২০
وَشَجَرَةً تَخْرُجُ مِنْ طُورِ سَيْنَاءَ تَنْبُتُ بِالدُّهْنِ وَصِبْغٍ لِلْآكِلِينَ
আৰু সৃষ্টি কৰোঁ এজোপা গছ, যিডাল উৎপন্ন হয় চিনাই পৰ্বতত, যিজোপা গছৰ পৰা উৎপন্ন হয় আহাৰকাৰীসকলৰ বাবে তেল আৰু তৰকাৰি।)
.
(৪৪:৪৩-৫০
إِنَّ شَجَرَتَ الزَّقُّومِ
নিশ্চয় যাক্কূম গছ হ’ব,
৪৪:৪৪
طَعَامُ الْأَثِيمِ
পাপীৰ খাদ্য,
৪৪:৪৫
كَالْمُهْلِ يَغْلِي فِي الْبُطُونِ
গলিত তামৰ দৰে, পেটৰ মাজত উতলি থাকিব,
৪৪:৪৬
كَغَلْيِ الْحَمِيمِ
উতলি থকা গৰম পানীৰ দৰে।
৪৪:৪৭
خُذُوهُ فَاعْتِلُوهُ إِلَىٰ سَوَاءِ الْجَحِيمِ
(কোৱা হ’ব) ‘ধৰা তাক আৰু টানি লৈ যোৱা জাহান্নামৰ মধ্যস্থলত,
৪৪:৪৮
ثُمَّ صُبُّوا فَوْقَ رَأْسِهِ مِنْ عَذَابِ الْحَمِيمِ
‘তাৰ পিছত তাৰ মূৰৰ ওপৰত উতলা পানীৰ শাস্তি ঢালি দিয়া’,
৪৪:৪৯
ذُقْ إِنَّكَ أَنْتَ الْعَزِيزُ الْكَرِيمُ
(কোৱা হ’ব) ‘সোৱাদ লোৱা, নিশ্চয় তুমি সন্মানিত, অভিজাত!
৪৪:৫০
إِنَّ هَٰذَا مَا كُنْتُمْ بِهِ تَمْتَرُونَ
‘নিশ্চয় এইটোৱেই সেই শাস্তি, যিটোক তোমালোকে সন্দেহ কৰিছিলা’।)
.
(৫৬:৪৫
إِنَّهُمْ كَانُوا قَبْلَ ذَٰلِكَ مُتْرَفِينَ
নিশ্চয় সিহঁত ইতিপূৰ্বে ভোগ-বিলাসত মগ্ন আছিল,)
...
arranged syedraf
Comments
Post a Comment