42:7(62:9-10)Details note

42:7(62:9-10)Details note
.
WORD BY WORD TRANSLATE:BB:
[42:7] And (Wa) thus (Kazaalika) We have inspired (Aw'hai'naa) to you (s) (ilai'ka) an Arabic (Årabiyyan)
reading (Qur'aanan) that (Li) you may warn (Tunzira) the Source (Umma) of towns (El'Quraa) and those 
(Waman') around it (Haw'la-haa) and (Wa) warn (Tunzira) of the Day of Assembly (🌾64:9) (Yaw'mal' Jam'e), 
about which (Fiihi) there is no (Laa) doubt (Rai'ba). A group (Fariiqun) will be in (Fii) Paradise (El'Jannati)
and another group (Fariiqun) will be in (Fii) the Inferno (Es'Saeer).
[42:7] এবং এভাবে আমরা আপনার প্রতি একটি আরবি⛰️ প্রেরণ করেছি। পাঠ যাতে আপনি সতর্ক করতে পারেন শহরগুলির উৎস এবং তাদের এর চারপাশে এবং সমাবেশের দিনের (64:9🌾) সতর্ক করে, যার কোন সন্দেহ নেই।  একটি দল জান্নাতে থাকবে।
এবং আরেকটি দল থাকবে জ্বলন্ত আগুনে।।
.
ASSAMESE APP
৪২:৭
وَكَذَٰلِكَ أَوْحَيْنَا إِلَيْكَ قُرْآنًا عَرَبِيًّا لِتُنْذِرَ أُمَّ الْقُرَىٰ وَمَنْ حَوْلَهَا وَتُنْذِرَ يَوْمَ الْجَمْعِ لَا رَيْبَ فِيهِ ۚ فَرِيقٌ فِي الْجَنَّةِ وَفَرِيقٌ فِي السَّعِيرِ
আৰু এইদৰেই আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো আৰবী⛰️ ভাষাত, যাতে তুমি মক্কা* আৰু ইয়াৰ চাৰিওফালৰ জনগণক সতৰ্ক কৰিব পাৰা লগতে সতৰ্ক কৰিব পাৰা কিয়ামতৰ দিন সম্পৰ্কে, যিটো (সংঘটিত হোৱাত) কোনো সন্দেহ নাই। এদল থাকিব জান্নাতত আৰু এদল থাকিব জ্বলন্ত অগ্নিত।
(মূল কোৰআনত মক্কা শব্দ নাই)*
।।।
৬৪:৯🌾
يَوْمَ يَجْمَعُكُمْ لِيَوْمِ الْجَمْعِ ۖ ذَٰلِكَ يَوْمُ التَّغَابُنِ ۗ وَمَنْ يُؤْمِنْ بِاللَّهِ وَيَعْمَلْ صَالِحًا يُكَفِّرْ عَنْهُ سَيِّئَاتِهِ وَيُدْخِلْهُ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا أَبَدًا ۚ ذَٰلِكَ الْفَوْزُ الْعَظِيمُ
স্মৰণ কৰা, যিদিনা তেওঁ তোমালোকক সমাবেশ দিৱসৰ উদ্দেশ্যে সমবেত কৰিব, সেইদিনটোৱে হ’ব ক্ষতিৰ দিন; আৰু যিজনে আল্লাহৰ প্ৰতি ঈমান ৰাখে আৰু সৎকাম কৰে, তেওঁ তাৰ পাপসমূহ মোচন কৰি দিব আৰু তাক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত সিহঁত চিৰস্থায়ী হ’ব। এইটোৱে মহাসাফলতা।
।।।
Note-ref:edip-43:3
৪৩:৩
إِنَّا جَعَلْنَاهُ قُرْآنًا عَرَبِيًّا لَعَلَّكُمْ تَعْقِلُونَ
নিশ্চয় আমি ইয়াক আৰবী (ভাষাত) কোৰআন (ৰূপে অৱতীৰ্ণ) কৰিছো, যাতে তোমালোকে বুজিব পাৰা।
.
Note-⛰️I.e., all mankind. As regards the designation of Mecca as "the foremost of all cities", see note the identical phrase in 6:92.(as).
(৬:৯২
وَهَٰذَا كِتَابٌ أَنْزَلْنَاهُ مُبَارَكٌ مُصَدِّقُ الَّذِي بَيْنَ يَدَيْهِ وَلِتُنْذِرَ أُمَّ الْقُرَىٰ وَمَنْ حَوْلَهَا ۚ وَالَّذِينَ يُؤْمِنُونَ بِالْآخِرَةِ يُؤْمِنُونَ بِهِ ۖ وَهُمْ عَلَىٰ صَلَاتِهِمْ يُحَافِظُونَ
আৰু এইখন বৰকতময় কিতাব যিখন আমি অৱতীৰ্ণ কৰিছো, যিখন ইয়াৰ আগৰ সকলো কিতাবৰ সত্যায়নকাৰী আৰু যিখনৰ দ্বাৰা তুমি মক্কা আৰু ইয়াৰ চাৰিওফালে থকা মানুহক সতৰ্ক কৰা। আৰু যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে তেওঁলোকে ইয়াৰ প্ৰতিও ঈমান পোষণ কৰে, আৰু তেওঁলোকে নিজ চালাতৰ⭐ প্ৰতি যত্নৱান।
⬇️
6:92✔️ And this (Qur’an) is a blessed Book that We have sent down, confirming the (revelations) that came before it, that you (O Prophet) may warn the Central Town (Makkah) and all around it. Those who believe in the Hereafter, believe in this (Book). And they ensure following⭐ of the Divine Commands.

Note:✔️
From Makkah, the Message will fan out in all directions 6:90, 12:104, 2:101. Wa hum ‘ala salaatihim yuhaafizoon= They guard their prime commitment = They protect the Divine System that they have established. The common translation, “They guard their prayers,” makes no sense here.
(Google translate no guarantee:
মক্কা থেকে, বার্তাটি সব দিক থেকে ছড়িয়ে পড়বে 6:90, 12:104, 2:1  ওয়া হুম ‘আলা সালাতিহিম ইউহাফিজুন =⭐ তারা তাদের প্রধান অঙ্গীকার রক্ষা করে = তারা ঐশ্বরিক ব্যবস্থাকে রক্ষা করে যা তারা প্রতিষ্ঠিত করেছে।  সাধারণ অনুবাদ, "তারা তাদের প্রার্থনাকে হেফাজত করে," এখানে কোন অর্থ নেই।
(WBWord আৰু ওপৰৰ অসমীয়া অনুবাদত 'যত্নৱান' শব্দ ব্যৱহাৰ কৰিছে। যিটো শুদ্ধ নহয়।
কাৰণ,৪২:৭ৰ লগত ৬২:৯-১০ৰ প্ৰত্যক্ষ সন্মন্ধ আছে,যত ছালাতুল জুম্মা বুলি নাই-লিংক: https://bit.ly/3GgmabF -ৰফ)
(৬:৯০

أُولَٰئِكَ الَّذِينَ هَدَى اللَّهُ ۖ فَبِهُدَاهُمُ اقْتَدِهْ ۗ قُلْ لَا أَسْأَلُكُمْ عَلَيْهِ أَجْرًا ۖ إِنْ هُوَ إِلَّا ذِكْرَىٰ لِلْعَالَمِينَ

এওঁলোকেই হৈছে সেইসকল লোক, যিসকলক আল্লাহে হিদায়ত কৰিছে, এতেকে তুমি তেওঁলোকৰ পথৰ অনুসৰণ কৰা। কোৱা, ‘ইয়াৰ বাবে আমি তোমালোকৰ ওচৰত পাৰিশ্ৰমিক নিবিচাৰো, এইটো কেৱল সৃষ্টিজগতৰ বাবে উপদেশমাত্ৰ’।
.
১২:১০৪

وَمَا تَسْأَلُهُمْ عَلَيْهِ مِنْ أَجْرٍ ۚ إِنْ هُوَ إِلَّا ذِكْرٌ لِلْعَالَمِينَ

অথচ তুমি সিহঁতৰ পৰা কোনো প্ৰতিদানো বিচৰা নাই। এয়া (কোৰআন) কেৱল সৃষ্টিজগতৰ বাবে উপদেশমাত্ৰ।
.
২:১০১
وَلَمَّا جَاءَهُمْ رَسُولٌ مِنْ عِنْدِ اللَّهِ مُصَدِّقٌ لِمَا مَعَهُمْ نَبَذَ فَرِيقٌ مِنَ الَّذِينَ أُوتُوا الْكِتَابَ كِتَابَ اللَّهِ وَرَاءَ ظُهُورِهِمْ كَأَنَّهُمْ لَا يَعْلَمُونَ
আৰু যেতিয়া আল্লাহৰ তৰফৰ পৰা সিহঁতৰ ওচৰত এজন ৰাছুল আহিল, সিহঁতৰ ওচৰত যি আছে তাৰ সত্যায়নকাৰী হিচাপে, তেতিয়া কিতাবীসকলৰ এটা দলে আল্লাহৰ কিতাবক পিছফালে দলিয়াই দিলে, যেনিবা সিহঁতে একোৱেই নাজানে।
findverse/notes 6:92- https://bit.ly/3C5aZkB
.
সংকলন সম্পাদনা আৰু লিখনিত syedraf 

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.