41:14(আল্লাহে যদি ফিৰিস্তা অৱতীৰ্ণ কৰিলেহেঁতেন)
41:14(আল্লাহে যদি ফিৰিস্তা অৱতীৰ্ণ কৰিলেহেঁতেন)
।।।
৪১:১৪
إِذْ جَاءَتْهُمُ الرُّسُلُ مِنْ بَيْنِ أَيْدِيهِمْ وَمِنْ خَلْفِهِمْ أَلَّا تَعْبُدُوا إِلَّا اللَّهَ ۖ قَالُوا لَوْ شَاءَ رَبُّنَا لَأَنْزَلَ مَلَائِكَةً فَإِنَّا بِمَا أُرْسِلْتُمْ بِهِ كَافِرُونَ
যেতিয়া সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে সন্মুখৰ পৰা আৰু পিছফালৰ পৰা আহি কৈছিল যে, ‘তোমালোকে একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা’। সিহঁতে কৈছিল, ‘যদি আমাৰ প্ৰতিপালকে ইচ্ছা কৰিলেহেঁতেন তেন্তে অৱশ্যে তেওঁ ফিৰিস্তা অৱতীৰ্ণ কৰিলেহেঁতেন। এতেকে তোমালোকে যিটো লৈ প্ৰেৰিত হৈছা সেয়া আমি অস্বীকাৰ কৰো’।
.
41:14 Lo! There came unto them [God's] apostles, speaking of what lay open before them and what was [still] beyond their ken,19 [and calling unto them,] “Worship none but God!" They answered: “If our Sustainer had willed [us to believe in what you say], He would have sent down angels [as His message-bearers].20 As it is, behold, we deny that there is any truth in what you [claim to] have been sent with!"
Note 19
Lit., "from between their hands and from behind them": i.e., reminding them of something that was known to them - namely, what happened to sinners like themselves who lived before their time - and warning them of what was bound to happen in the future to them, too, if they persisted in their denial of the truth. However, it is possible to understand the above phrase (which has been explained in note 🔻 on 2:255) in yet another, more direct way: God's message-bearers pointed out to those sinning communities something that should have been obvious to them (lit., "between their hands") - namely, their patently wrong attitude in their worldly, social concerns and moral concepts - as well as the unreasonableness of their denying something that was still beyond their ken (lit., "behind them"): namely, life after death and God's ultimate judgment.(as).
(Note🔻 The expression ma bayna yadayhi ("that which lies open between one's hands") is lost sight of: namely, that which is evident. or known, or perceivable; similarly, ma khalfahu means that which is beyond one's ken or perception. Since the whole tenor of the above Qur'an-verse relates to God's omnipotence and omniscience.
-Google translate no guarantee:
মা বায়না যাদহী ("যিটো হাতৰ মাজত মুকলি হৈ থাকে") এই অভিব্যক্তিটো হেৰাই যায়: অৰ্থাৎ যিটো স্পষ্ট। বা জনা, বা অনুভৱযোগ্য; একেদৰে মা খলফাহু মানে যিটো নিজৰ কেন বা উপলব্ধিৰ বাহিৰত। যিহেতু ওপৰৰ কোৰআন-আয়তৰ গোটেই টেন’ৰটো ঈশ্বৰৰ সৰ্বশক্তিমান আৰু সৰ্বজ্ঞানৰ সৈতে জড়িত।)
Note 20
Cf. 6:8 and 15:7.
৬:৮
وَقَالُوا لَوْلَا أُنْزِلَ عَلَيْهِ مَلَكٌ ۖ وَلَوْ أَنْزَلْنَا مَلَكًا لَقُضِيَ الْأَمْرُ ثُمَّ لَا يُنْظَرُونَ
আৰু সিহঁতে কয়, ‘কিয় তাৰ ওচৰত কোনো ফিৰিস্তা অৱতীৰ্ণ নহয়?’ আৰু যদি আমি ফিৰিস্তা অৱতীৰ্ণ কৰিলোহেঁতেন, তেন্তে বিষয়টোৰ চূড়ান্ত ফয়চালাই হৈ গ’লেহেঁতেন, তাৰ পিছত সিহঁতক আৰু কোনো অৱকাশ দিয়া নহ’লেহেঁতেন।
(find verse note 6:8-link:
.
১৫:৭
لَوْ مَا تَأْتِينَا بِالْمَلَائِكَةِ إِنْ كُنْتَ مِنَ الصَّادِقِينَ
যদি তুমি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত তেন্তে আমাৰ ওচৰত ফিৰিস্তা উপস্থিত নকৰা কিয়?
।।।
Comments
Post a Comment