23:63-note
২৩:৬৩
بَلْ قُلُوبُهُمْ فِي غَمْرَةٍ مِنْ هَٰذَا وَلَهُمْ أَعْمَالٌ مِنْ دُونِ ذَٰلِكَ هُمْ لَهَا عَامِلُونَ
বৰং1 এই বিষয়ে সিহঁতৰ অন্তৰ অজ্ঞানতাত আচ্ছন্ন2, ইয়াৰ বাহিৰেও সিহঁতৰ আৰু 3কৰ্ম 4আছে যিবোৰ5 সিহঁতে কৰি আছে।
।।।
The truth is,1 their hearts are in a flood of ignorance2 about this.3 And they have works besides4 that5 which they are doing.
1-Arabic: bal. See note to 2:88. Given what comes above (23:57-62).
2-Arabic: ghamra. See 23:54.
3-23:57-62.
4-Arabic: min dūni. See 2:23.
5-refers back to 23:53.
.
২:৮৮
وَقَالُوا قُلُوبُنَا غُلْفٌ ۚ بَلْ لَعَنَهُمُ اللَّهُ بِكُفْرِهِمْ فَقَلِيلًا مَا يُؤْمِنُونَ
আৰু সিহঁতে ক’লে, ‘আমাৰ অন্তৰসমূহ আচ্ছাদিত’ , বৰং সিহঁতৰ কুফৰীৰ কাৰণে আল্লাহে সিহঁতক অভিশাপ কৰিছে। এতেকে সিহঁতৰ কম সংখ্যকেই ঈমান পোষণ কৰে ।
.
২:২৩
وَإِنْ كُنْتُمْ فِي رَيْبٍ مِمَّا نَزَّلْنَا عَلَىٰ عَبْدِنَا فَأْتُوا بِسُورَةٍ مِنْ مِثْلِهِ وَادْعُوا شُهَدَاءَكُمْ مِنْ دُونِ اللَّهِ إِنْ كُنْتُمْ صَادِقِينَ
আমি আমাৰ বান্দাৰ ওপৰত যি অৱতীৰ্ণ কৰিছো তাত যদি তোমালোকৰ কোনো সন্দেহ থাকে তেন্তে ইয়াৰ অনুৰূপ কোনো এটা ছুৰা ৰচনা কৰি আনা আৰু আল্লাহৰ বাহিৰে তোমালোকৰ সকলো সাক্ষী-সহায়কাৰীক আহ্বান কৰা যদিহে তোমালোকে সত্যবাদী হোৱা।
...
Comments
Post a Comment