Translation only-Part-74(4:12-16)
Part-74(4:12-16)
.
৪:১২
۞ وَلَكُمْ نِصْفُ مَا تَرَكَ أَزْوَاجُكُمْ إِنْ لَمْ يَكُنْ لَهُنَّ وَلَدٌ ۚ فَإِنْ كَانَ لَهُنَّ وَلَدٌ فَلَكُمُ الرُّبُعُ مِمَّا تَرَكْنَ ۚ مِنْ بَعْدِ وَصِيَّةٍ يُوصِينَ بِهَا أَوْ دَيْنٍ ۚ وَلَهُنَّ الرُّبُعُ مِمَّا تَرَكْتُمْ إِنْ لَمْ يَكُنْ لَكُمْ وَلَدٌ ۚ فَإِنْ كَانَ لَكُمْ وَلَدٌ فَلَهُنَّ الثُّمُنُ مِمَّا تَرَكْتُمْ ۚ مِنْ بَعْدِ وَصِيَّةٍ تُوصُونَ بِهَا أَوْ دَيْنٍ ۗ وَإِنْ كَانَ رَجُلٌ يُورَثُ كَلَالَةً أَوِ امْرَأَةٌ وَلَهُ أَخٌ أَوْ أُخْتٌ فَلِكُلِّ وَاحِدٍ مِنْهُمَا السُّدُسُ ۚ فَإِنْ كَانُوا أَكْثَرَ مِنْ ذَٰلِكَ فَهُمْ شُرَكَاءُ فِي الثُّلُثِ ۚ مِنْ بَعْدِ وَصِيَّةٍ يُوصَىٰ بِهَا أَوْ دَيْنٍ غَيْرَ مُضَارٍّ ۚ وَصِيَّةً مِنَ اللَّهِ ۗ وَاللَّهُ عَلِيمٌ حَلِيمٌ
তোমালোকৰ স্ত্ৰীসকলৰ পৰিত্যক্ত সম্পত্তিৰ অৰ্ধাংশ তোমালোকৰ বাবে, যদি সিহঁতৰ কোনো সন্তান নাথাকে আৰু সিহঁতৰ সন্তান থাকিলে তোমালোকৰ বাবে সিহঁতৰ পৰিত্যক্ত সম্পত্তিৰ চাৰি ভাগৰ এভাগ; অছিয়ত পালন আৰু ঋণ পৰিশোধ কৰাৰ পিছত। তোমালোকৰ সন্তান নাথাকিলে সিহঁতৰ বাবে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ চাৰি ভাগৰ এভাগ, আৰু তোমালোকৰ সন্তান থাকিলে সিহঁতৰ বাবে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ আঠ ভাগৰ এভাগ; তোমালোকে যি অছিয়ত কৰিবা সেয়া প্ৰদান কৰাৰ পিছত আৰু ঋণ পৰিশোধ কৰাৰ পিছত। আৰু যদি কোনো পুৰুষ অথবা নাৰীৰ ‘কালালাহ’ বা পিতৃ-মাতৃ আৰু সন্তানহীন উত্তৰাধিকাৰী হয়, আৰু কেৱল তাৰ এজন ককায়েক-ভায়েক অথবা এজনী বায়েক-ভনীয়েক থাকে তেন্তে প্ৰত্যেকৰে বাবে ছয় ভাগৰ এভাগ। সিহঁত ইয়াৰ অধিক হ’লে সকলোৱে তিনি ভাগৰ এভাগত সমান অংশীদাৰ হ’ব; এইবোৰ বন্টন কৰা হ'ব, যিটো অছিয়ত কৰা হয় সেইটো পালন কৰাৰ পিছত আৰু ঋণ পৰিশোধ কৰাৰ পিছত, কাৰো ক্ষতি নকৰাকৈ। এইটো হৈছে আল্লাহৰ নিৰ্দেশ; আৰু আল্লাহ সৰ্বজ্ঞ, সহনশীল।
.
[4:12] And (Wa) for you (Lakum) is half (Nis'fu) of what (Mimma) your spouses (Az'waaju-kum)
bequeathed (Taraka), if (In) they had (Yakun Lahunna) no (Lam') children (Waladun). But (Fa) if (In) they
have (Kaana Lahunna) a child (Waladun), then (Fa) for you (Lakum) is one-fourth (Er'Rubu-u) of what
(Mimma) they bequeathed (Tarak'n), after (Min Ba'di) a legal will (Wasiyyatin) has been prescribed
(Yuusiina Bi-haa) or (Aw') debt (Dai'nin). And (Wa) for them (f) (Lahunna) is one-fourth (Er'Rubu'u) of what
(Mimma) you bequeathed (Tarak'tum'), if (In) you had (Yakun Lakum) no (Lam) children (Waladun). But (Fa)
if (In) you have (Kaana Lakum) a child (Waladun), then (Fa) for them (Lahunna) is one-eighth (Et'thumunu)
of what (Mimma) you bequeathed (Tarak'tum), after (Min Ba'di) a legal will (2:240📍) (Wasiyyatin) has been
prescribed (Tu'suuna Bihaa) or (Aw') debt (Dai'nin). If (In) a man (Rajulun) had (Kaana) no parents or
children (Kalaalatan) inheriting (Yuurathu) or (Awi) a wife (Em'ra'atun), but (Wa) has (Lahu) a brother
(Akhun) or (Aw') a sister (Ukh'tun), then (Fa) for (Li) each (Kulli) one (Waahidin) of them (Min'huma) is one-
sixth (Es'Sudusu). But (Fa) if (In) they are (Kaanuu') more (Ak'thara) than (Min) that (Zaalika), then (Fa) they
(Hum) will be partners (Shurakaau) in (Fii) one-third (Et'thuluthi), after (Min Ba'di) a legal will (Wasiyyatin)
has been prescribed (Yuusaa Bi-haa) or (Aw') debt (Dai'ni) without (Gai'ra) damage (Mudoarrin); a legal
will (2:180📍) (Wasiiyyatan) from GOD (Minallahi). For (Wa) GOD (Ellahu) is Omniscient (Åliimun) and
Clement (Haliimu).
.
৪:১৩
تِلْكَ حُدُودُ اللَّهِ ۚ وَمَنْ يُطِعِ اللَّهَ وَرَسُولَهُ يُدْخِلْهُ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا ۚ وَذَٰلِكَ الْفَوْزُ الْعَظِيمُ
এইবোৰ আল্লাহৰ নিৰ্ধাৰিত সীমাৰখা। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব আল্লাহে তেওঁক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰস্থায়ী হ’ব; আৰু এইটোৱেই হৈছে মহাসফলতা।
.
[4:13] These (Til'ka) are the limits of GOD (Huduudu-llahi), and whoever (Waman) obeys GOD (Yutie-
llaha) and (Wa) HIS messenger (Rasuula-hu) will be admitted (Yud'khil'hu) into gardens (Jannaatin)
beneath which (Min Tah'ti-ha) rivers (El'An'haaru) flow (Taj'rii), eternally (Khaalidiina) therein (Fiiha); that
(Zaalika) is a great (El'Åziim) achievement (El'Faw'zu).
.
৪:১৪
وَمَنْ يَعْصِ اللَّهَ وَرَسُولَهُ وَيَتَعَدَّ حُدُودَهُ يُدْخِلْهُ نَارًا خَالِدًا فِيهَا وَلَهُ عَذَابٌ مُهِينٌ
যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অবাধ্যতা কৰিব আৰু তেওঁৰ নিৰ্ধাৰিত সীমাৰেখা লংঘন কৰিব আল্লাহে তাক জুইত নিক্ষেপ কৰিব, তাত সি চিৰস্থায়ী হ’ব; আৰু তাৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।
.
[4:14] And (Wa) whoever (Man) disobeys GOD (Ya'si-llaha) and (Wa) HIS messenger (Rasuula-hu) and
trespasses (Yataådda) HIS limits (Huduuda-hu), he will be admitted (Yud'khil'hu) into fire (Naaran);
eternally (Khaalidan) therein (Fiiha), and (Wa) he will have (Lahu) a humiliating (Muhiin) punishment
(Åzaabun).
.
৪:১৫
وَاللَّاتِي يَأْتِينَ الْفَاحِشَةَ مِنْ نِسَائِكُمْ فَاسْتَشْهِدُوا عَلَيْهِنَّ أَرْبَعَةً مِنْكُمْ ۖ فَإِنْ شَهِدُوا فَأَمْسِكُوهُنَّ فِي الْبُيُوتِ حَتَّىٰ يَتَوَفَّاهُنَّ الْمَوْتُ أَوْ يَجْعَلَ اللَّهُ لَهُنَّ سَبِيلًا
আৰু তোমালোকৰ নাৰীসকলৰ মাজত যিয়ে ব্যভিচাৰ কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকৰ মাজৰ পৰা চাৰিজন সাক্ষী তলব কৰা। যদি সিহঁতে সাক্ষী দিয়ে তেন্তে সিহঁতক (নাৰীসকলক) ঘৰত অৱৰুদ্ধ কৰি ৰখা যেতিয়ালৈকে সিহঁতৰ মৃত্যু নহয় অথবা যেতিয়ালৈকে আল্লাহে সিহঁতৰ বাবে আন কোনো ব্যৱস্থা কৰি নিদিয়ে।
.
[4:15] And (Wa) those who (Ellaatii) commit (Ya'tiina) adultery (El'Faahishata) among (Min') your women
(Nisaai-kum), hence (Fa) four (Ar'ba'åtan) of you (Minkum) shall testify (Es'tash'hidu') against them
(Ålai'hinna). Thus (Fa) if (In) they testify (Shahidu'), then (Fa) restrain them (Am'sikuu-hunna) in the houses
(Fiil' Buyuuti) until (Hattaa) death (El'Maw'tu) takes them (f) away (Yatawaffaa-hunna) or (Aw') GOD makes
(Yaj'åla-llahu) a way (Sabiila) for them (Lahunna).
.
৪:১৬
وَاللَّذَانِ يَأْتِيَانِهَا مِنْكُمْ فَآذُوهُمَا ۖ فَإِنْ تَابَا وَأَصْلَحَا فَأَعْرِضُوا عَنْهُمَا ۗ إِنَّ اللَّهَ كَانَ تَوَّابًا رَحِيمًا
আৰু তোমালোকৰ মাজত যি দুজন (নৰ-নাৰী) এনে অপকৰ্মত লিপ্ত হ’ব সিহঁতক শাস্তি দিয়া। যদি সিহঁতে তাওবা কৰে আৰু নিজকে সংশোধন কৰি লয় তেন্তে সিহঁতক এৰি দিয়া। নিশ্চয় আল্লাহ পৰম তাওবা কবুলকাৰী, পৰম দয়ালু।
.
[4:16] As for (Wa) those who (Ellaziina) commit it (Ya'tiyaani-ha) among you (Min'kum), hence (Fa) injure
them both (24:2) (Aazuu-humaa). But (Fa) if (In) they repent (Taabaa) and (Wa) reform (As'laha), then (Fa)
turn away from them (A'riduu' Ån'huma). Indeed, GOD (Innallaha) is (Kaana) Compassionate (Tawwaaban)
and Merciful (Rahiimaa).
।।।।
চৈয়দৰফ্
Comments
Post a Comment