40-Quran alone [(Pt.40(2:265-267)]
40(2:265-267)(2-⛱️Cherity the purification of Zakat):
*QURAN.ASSAMESE.LECTURE.#MUKTABULHUSSAIN: https://m.youtube.com/watch?v=7jYSjUaTYfA#dialog
.
*QURAN.ANALYSIS.COMPILED.SYEDRAF⬇️
.
🟣POINS TO BE NOTED:
1)-২:২৬৫(The Quality of Charity).
2)-২:২৬৬: তোমালোকে চিন্তা-ভাৱনা আৰু গৱেষণা কৰা[will ponder (Tatafakkaruun)]।
3)-২:২৬৭:What to Give Cherity?
.
২:২৬৫(The Quality of Charity).
وَمَثَلُ الَّذِينَ يُنْفِقُونَ أَمْوَالَهُمُ ابْتِغَاءَ مَرْضَاتِ اللَّهِ وَتَثْبِيتًا مِنْ أَنْفُسِهِمْ كَمَثَلِ جَنَّةٍ بِرَبْوَةٍ أَصَابَهَا وَابِلٌ فَآتَتْ أُكُلَهَا ضِعْفَيْنِ فَإِنْ لَمْ يُصِبْهَا وَابِلٌ فَطَلٌّ ۗ وَاللَّهُ بِمَا تَعْمَلُونَ بَصِيرٌ
আৰু যিসকলে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে আৰু নিজৰ আত্মা বলিষ্ঠ কৰাৰ বাবে ধন-সম্পদ ব্যয় কৰে সিহঁতৰ উপমা হৈছে কোনো ওখ ভূমিত অৱস্থিত এখন উদ্যানৰ দৰে, য'ত ধাৰাষাৰ বৰষুণ হয়, ফলত তাত দ্বিগুণ ফল-মূল উৎপাদন হয়; আৰু ধাৰাষাৰ বৰষুণ নহ'লেও অলপ বৰষুণেই তাৰ বাবে যথেষ্ট। তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ যথাৰ্থ প্ৰত্যক্ষকাৰী।
.
[2:265] And (Wa) the example (Mathalu) of those who (Ellaziina) disburse (Yunfiquuna) their wealth
(Am'waala-humu) seeking (Eb'tigaa'a) the approval of GOD (Mar'doati-llahi) and (Wa) reaffirming
(Tath'biitan) for (Min') their souls (Anfusi-him') is like (Ka) the example (Mathali) of a garden (Jannati) on
(Bi) a hill (Rab'watin) which is hit by (Asoaba-ha) a downpour (Waabilun), so (Fa) its fruit (Ukula-ha) occurs
(Aatat') in double (Di'fai'ni). And (Fa) if (In) a downpour (Waabilun) does not (Lam') hit it (Yusib'ha), then
(Fa) a drizzle (Tollun). And (Wa) GOD (Ellahu) is cognizant (Basiir) of what (Bimaa) you do (Ta'maluuna).
.
📍Verse/Note:
2:265 The likeness of those who spend their wealth sincerely seeking God's approval and to strengthen their own ‘self’, is the likeness of a lofty garden with springs. When rain strikes it, it doubles its yield, and if there is no rainfall, the sprinkles are sufficient. God is ever Watcher of what you do.
.
They have achieved self-actualization and made themselves truly worthy of immortality 20:76. A ‘self’ that has not been developed by giving to community in wealth or labor, merely survives. Immortality is not a spontaneous gift from God; men and women are candidates for it 91:9.
When people create their own Paradise it is ever-blooming, rain or shine. 13:33, 14:17,
43:77, 69:27.
(২০:৭৬
جَنَّاتُ عَدْنٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا ۚ وَذَٰلِكَ جَزَاءُ مَنْ تَزَكَّىٰ
স্থায়ী জান্নাত, যাৰ তলত নদী প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ'ব আৰু এইটো তেওঁলোকৰেই পুৰস্কাৰ যিসকলে পৰিশুদ্ধ হয়।
৯১:৯
قَدْ أَفْلَحَ مَنْ زَكَّاهَا
নিসন্দেহে সিয়েই সফল হৈছে যিয়ে নিজকে পৱিত্ৰ কৰিছে।
১৩:৩৩
أَفَمَنْ هُوَ قَائِمٌ عَلَىٰ كُلِّ نَفْسٍ بِمَا كَسَبَتْ ۗ وَجَعَلُوا لِلَّهِ شُرَكَاءَ قُلْ سَمُّوهُمْ ۚ أَمْ تُنَبِّئُونَهُ بِمَا لَا يَعْلَمُ فِي الْأَرْضِ أَمْ بِظَاهِرٍ مِنَ الْقَوْلِ ۗ بَلْ زُيِّنَ لِلَّذِينَ كَفَرُوا مَكْرُهُمْ وَصُدُّوا عَنِ السَّبِيلِ ۗ وَمَنْ يُضْلِلِ اللَّهُ فَمَا لَهُ مِنْ هَادٍ
তেন্তে প্ৰত্যেক মানুহে যি কৰে সেইবোৰৰ যিজন পৰ্যবেক্ষক (তেওঁ ইহঁতৰ এই অক্ষম ইলাহবোৰৰ দৰে নেকি?) অথচ সিহঁতে আল্লাহৰ লগত বহু অংশীদাৰ সাব্যস্ত কৰিছে। কোৱা, ‘তোমালোকে ইহঁতৰ পৰিচয় দিয়া। নে তোমালোকে পৃথিৱীৰ মাজৰ এনেকুৱা কোনো সংবাদ দিব বিচৰা যিটো তেওঁ নাজানে? নে (তোমালোকে কেৱল) বাহ্যিক কথাহে কৈ আছা’? বৰং যিসকলে কুফৰী কৰিছে সিহঁতৰ ওচৰত সিহঁতৰ ছলনা শোভনীয় কৰি দিয়া হৈছে আৰু সিহঁতক সৎপথৰ পৰা আঁতৰত ৰখা হৈছে, আৰু আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ কোনো পথপ্ৰদৰ্শক নাই।
১৪:১৭
يَتَجَرَّعُهُ وَلَا يَكَادُ يُسِيغُهُ وَيَأْتِيهِ الْمَوْتُ مِنْ كُلِّ مَكَانٍ وَمَا هُوَ بِمَيِّتٍ ۖ وَمِنْ وَرَائِهِ عَذَابٌ غَلِيظٌ
সেইটো সি অতি কষ্টত ঢোকে ঢোকে গিলি খাবলৈ চেষ্টা কৰিব, কিন্তু সহজে গিলিব নোৱাৰিব। কেউফালৰ পৰা তাৰ ওচৰত মৃত্যু আহিব, অথচ তাৰ মৃত্যু নহ’ব। ইয়াৰ পিছতো আছে কঠোৰ শাস্তি।
৪৩:৭৭
وَنَادَوْا يَا مَالِكُ لِيَقْضِ عَلَيْنَا رَبُّكَ ۖ قَالَ إِنَّكُمْ مَاكِثُونَ
সিহঁতে চিঞৰি চিঞৰি ক’ব, ‘হে মালিক! তোমাৰ প্ৰতিপালকে যেন আমাক নিঃশেষ কৰি দিয়ে’। তেওঁ ক’ব, ‘নিশ্চয় তোমালোকে এনেকৈয়ে থাকিব লাগিব’।
৬৯:২৭
يَا لَيْتَهَا كَانَتِ الْقَاضِيَةَ
‘হায়, মোৰ মৃত্যুৱেই যদি মোৰ চূড়ান্ত ফায়চালা হ’লহেঁতেন!)
.
২:২৬৬
أَيَوَدُّ أَحَدُكُمْ أَنْ تَكُونَ لَهُ جَنَّةٌ مِنْ نَخِيلٍ وَأَعْنَابٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ لَهُ فِيهَا مِنْ كُلِّ الثَّمَرَاتِ وَأَصَابَهُ الْكِبَرُ وَلَهُ ذُرِّيَّةٌ ضُعَفَاءُ فَأَصَابَهَا إِعْصَارٌ فِيهِ نَارٌ فَاحْتَرَقَتْ ۗ كَذَٰلِكَ يُبَيِّنُ اللَّهُ لَكُمُ الْآيَاتِ لَعَلَّكُمْ تَتَفَكَّرُونَ
তোমালোকৰ কোনোবাই বিচৰা নে যে, তাৰ বাবে খেজুৰ আৰু আঙুৰৰ এখন উদ্যান হওঁক, যাৰ মাজেৰে নদী প্ৰবাহিত থাকিব লগতে সেই উদ্যানত তাৰ বাবে সকলো ধৰণৰ ফল-মূল থাকিব, তেনে অৱস্থাত তাৰ বাৰ্ধক্য অৱস্থা আহি পাব আৰু তাৰ কিছুমান দুৰ্বল সন্তান-সন্ততি থাকিব, ইয়াৰ পিছত তাৰ এই উদ্যানৰ ওপৰত এটা অগ্নিসহ প্ৰচণ্ড ঘূৰ্ণি বতাহে উদ্যানখন দাহ কৰি যাব? এনেকৈ আল্লাহে তেওঁৰ নিদৰ্শনসমূহ তোমালোকৰ বাবে সুস্পষ্টভাৱে ব্যক্ত কৰে, যাতে তোমালোকে চিন্তা-ভাৱনা আৰু গৱেষণা কৰা।
.
[2:266] Does (A-) any of you (Ahadu-kum') wish (-yawaddu) to (An) have (Takuuna Lahu) a garden
(Jannatun) of (Min) date palms (Nakhiilin) and (Wa) grapes (A'naabin) beneath which (Min Tah'ti-ha) rivers
(El'An'haaru) flow (Taj'rii) wherein (Fiiha) he has (Lahu) of (Min) every (Kulli) fruit (Etthamaraati), then (Fa)
old age (EL'Kibaru) hits him (Asoaba-hu) while (Wa) he has (Lahu) weak (Duåfaau) offspring (Zurriyyatun),
then (Fa) it gets hit by (Asoaba-haa) a tornado (I'soarun) wherein (Fiihi) is fire (Naarun) and (Fa) it sets on
fire (E'taraqat')? GOD (Ellahu) thus (Kazaalika) clarify (Yubayyinu) the verses (El'Aayaati) to you (Lakumu)
perhaps you (Laållakum') will ponder (Tatafakkaruun).
.
📍Verse/Note:
2:266 . Would any of you wish that he had a nice, bountiful garden of dates and vineyards with streams flowing underneath it, but while age catches up with him and he has feeble offspring; a fiery tornado suddenly strikes and consumes it? This is how God makes plain His revelations to you so that you may reflect.
.
Your contribution to the society ensures you the Garden which neither a tornado, nor a hurricane can take away from you. 15:48.
১৫:৪৮
لَا يَمَسُّهُمْ فِيهَا نَصَبٌ وَمَا هُمْ مِنْهَا بِمُخْرَجِينَ
তাত তেওঁলোকক অৱসাদে (ক্লান্তিয়ে) স্পৰ্শ নকৰিব আৰু তাৰ পৰা তেওঁলোকক বহিষ্কৃতও কৰা নহ’ব।
.
২:২৬৭(What to Give).
يَا أَيُّهَا الَّذِينَ آمَنُوا أَنْفِقُوا مِنْ طَيِّبَاتِ مَا كَسَبْتُمْ وَمِمَّا أَخْرَجْنَا لَكُمْ مِنَ الْأَرْضِ ۖ وَلَا تَيَمَّمُوا الْخَبِيثَ مِنْهُ تُنْفِقُونَ وَلَسْتُمْ بِآخِذِيهِ إِلَّا أَنْ تُغْمِضُوا فِيهِ ۚ وَاعْلَمُوا أَنَّ اللَّهَ غَنِيٌّ حَمِيدٌ
হে ঈমান্দাৰসকল! তোমালোকে যি উপাৰ্জন কৰা আৰু আমি মাটিৰ পৰা তোমালোকৰ বাবে যি উৎপাদন কৰো তাৰ পৰা যিটো উৎকৃষ্ট সেয়া ব্যয় কৰা; আৰু নিকৃষ্ট বস্তু ব্যয় কৰাৰ সংকল্প নকৰিবা, অথচ তোমালোকে নিজেই এনে বস্তু চকু বন্ধ নকৰালৈকে গ্ৰহণ নকৰা। জানি থোৱা, নিশ্চয় আল্লাহ অভাৱমুক্ত, স্বয়ং প্ৰশংসিত।
.
[2:267] O you (Yaa Ayyuha) who (Ellaziina) have believed (Aamanuu'), disburse (Anfiqu') from (Min) the
good things (Toyyibaati) which (Maa) you have earned (Kasab'tum') and (Wa) from what (Mimmaa) We
have brought forth (Akh'raj'naa) for you (Lakum) from (Mina) the earth (El'Ar'di); but (Wa) do not (Laa) aim
at (Tayammamu') the bad (El'Khabiitha) therefrom (Min'hu) to disburse (3:92) (Tunfiquuna) while (Wa) you
would not (Las'tum Bi) accept it (Aakhizii-hi) unless (illaa An) you are obscured (Tug'midu') about it (Fiihi).
And (Wa) know (E'lamuu') that GOD (Annallaha) is Rich (Ganiyyun) and Praiseworthy (Hamiid).
.
📍Verse/Note:
267 Therefore, O Jama at-ul-Momineen, keep the best part of what you earn or grow for the
system and do not think of giving away useless things which you do not think are worth their price.
Take note that what you give is given not to Allah but to yourselves, for He is Self-Sufficient and
worthy of all Hamd.
।।।।
🍂analysis 🍂compiled🍂syedraf🍂
🍂nazvilla🍂25.09.2021🍂
Comments
Post a Comment