Nazzala the Revealation And Wahi the Inspiration:

Nazzala the Revealation And Wahi the Inspiration:
.
ৱহী আৰু অৱতীৰ্ণ(Wahi and Revealation(نَزَّلْنَا)) একে নহয়।
।।।
🅰️Nazzala=Root: Nun-Zay-Lam
Meaning:to descend, come down, go down,  anzala - to send down, etc.
.
কোৰআন অৱতীৰ্ণ(Revealation) হৈছে আৰু ই সংৰক্ষিত-১৫:৯।
অৰ্থাৎ ওপৰৰ পৰা যি নামি আহে সেয়াই অৱতীৰ্ণ। বৰষুণ নামি আহে গতিকে বৰষুণ অৱতীৰ্ণ হয় মানে
বৰ্ষিত হয়-১৫:২৩।
(১৫:৯
إِنَّا نَحْنُ نَزَّلْنَا➡️ الذِّكْرَ وَإِنَّا لَهُ لَحَافِظُونَ
নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছো আৰু নিশ্চয় আমিয়েই ইয়াৰ সংৰক্ষক।
.
১৫:২২
وَأَرْسَلْنَا الرِّيَاحَ لَوَاقِحَ فَأَنْزَلْنَا➡️ مِنَ السَّمَاءِ مَاءً فَأَسْقَيْنَاكُمُوهُ وَمَا أَنْتُمْ لَهُ بِخَازِنِينَ
আৰু আমিয়েই উৰ্বৰ বায়ু প্ৰেৰণ কৰো, তাৰ পিছত আকাশৰ পৰা পানী ➡️বৰ্ষণ কৰো, সেয়া তোমালোকক পান কৰিবলৈ দিওঁ; অথচ তোমালোক নিজে সেয়া ভাণ্ডাৰত সঞ্চয়কাৰী নহয়।)
।।।
🅱️Wahi the Inspiration: ৱহী বিভিন্ন প্ৰকাৰে হ'ব পাৰে। কোৰআনৰ বাহিৰৰবোৰ সংৰক্ষিত নহয়। আনকি চয়তানেও ৱহী কৰে-৬:১২১।
৬:১২১
وَلَا تَأْكُلُوا مِمَّا لَمْ يُذْكَرِ اسْمُ اللَّهِ عَلَيْهِ وَإِنَّهُ لَفِسْقٌ ۗ وَإِنَّ ⬅️الشَّيَاطِينَ لَيُوحُونَ➡️ إِلَىٰ أَوْلِيَائِهِمْ لِيُجَادِلُوكُمْ ۖ وَإِنْ أَطَعْتُمُوهُمْ إِنَّكُمْ لَمُشْرِكُونَ
আৰু যিটোৰ (Xজন্তুৰ) ওপৰত আল্লাহৰ নাম লোৱা হোৱা নাই তাৰ (Xমাংসৰ) পৰা তোমালোকে একো নাখাবা; আৰু নিশ্চয় সেয়া গৰ্হিত। নিশ্চয় চয়তানসকলে সিহঁতৰ বন্ধুসকলক তোমালোকৰ লগত বিবাদ কৰিবলৈ প্ৰৰোচনা দিয়ে; আৰু যদি তোমালোকে সিহঁতৰ আনুগত্য কৰা, তেন্তে তোমালোক অৱশ্যে মুশ্বৰিক।

(the devils=l-shayāṭīna=الشَّيَاطِينَ=ش ط ن

inspire=layūḥūna=لَيُوحُونَ=و ح ى)

⬇️
Pl Press the link to know what is WAHI:
https://describequranitself.wordpress.com/2022/12/07/wahi-fb/
.
writer syedraf 

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.