45:23(46:23)-Note

45:23(46:23)-Note

৪৫:২৩

أَفَرَأَيْتَ مَنِ اتَّخَذَ إِلَٰهَهُ هَوَاهُ وَأَضَلَّهُ اللَّهُ عَلَىٰ عِلْمٍ وَخَتَمَ عَلَىٰ سَمْعِهِ وَقَلْبِهِ وَجَعَلَ عَلَىٰ بَصَرِهِ غِشَاوَةً فَمَنْ يَهْدِيهِ مِنْ بَعْدِ اللَّهِ ۚ أَفَلَا تَذَكَّرُونَ

এতেকে তুমি সেইজন ব্যক্তিৰ পিনে লক্ষ্য কৰিছানে, যিয়ে নিজ কামনা-বাসনাক নিজৰ ইলাহ কৰি লৈছে*? আৰু তাৰ ওচৰত জ্ঞান অহাৰ পিছতো আল্লাহে তাক বিভ্ৰান্ত কৰিছে, আৰু তেওঁ তাৰ কাণ আৰু হৃদয়ত মোহৰ মাৰি দিছে। তেওঁ তাৰ চকুৰ ওপৰত ৰাখি দিছে আৱৰণ। এতেকে আল্লাহৰ পিছত কোনে তাক হিদায়ত দিব? তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?

.

✍️BB-ref:(25:43)*

.

✍️Note:

There are people who become subservient to their own desires and lose the capacity of using their faculties of seeing, hearing and thinking in the right direction. In spite of their being knowledgeable and astute they lead themselves in the path of destruction, from which they cannot escape without returning to God's laws and Permanent Values. To apply laws and values íother than God's is shirk, treachery and an offence of great arrogance. See verses and footnotes

4:117; 18:32; 18:50; 20: 123; 25:43; 38:26; 45:23.(edip).

.

✍️Verse/Note:

45:23. (People ask why human beings need guidance of Wahi when they have been given intellect and ability to reason.) But have you not come across a person who takes his own feelings and emotions as his ‘Ilaha’ and then does whatever his desires dictate? Have you not seen how, inspite of possessing knowledge and intellect, he treads the wrong path? His emotions overpower him, as if his hearing and heart have been sealed and his eyes covered

with a veil. He can neither hear nor see anything and he does not comprehend anything (46:26).

When a person is so overwhelmed by his emotions who else can provide him

guidance, except Divine Revelation? (The most valuable faculty a human being has is his intellect. When intellect is blinded by emotions it becomes enslaved and consequently finds ways to serve desires and coin arguments to justify them. Under such circumstances only a power that is higher than human intellect and emotions can provide guidance. And this power can be none other than Divine Guidance, the Wahi.) Can you not ponder over this reality?pz.

(Google translate no guarantee:

45:23।  (মানুষ জিজ্ঞাসা করে কেন মানুষকে ওয়াহীর নির্দেশনা দেওয়া হয়েছে? বুদ্ধি এবং যুক্তি করার ক্ষমতা।) কিন্তু আপনি কি এমন একজন ব্যক্তির সাথে দেখা করেননি যে তার নিজের অনুভূতি এবং আবেগকে তার 'ইলাহা' হিসাবে নেয় এবং তারপরে তার ইচ্ছা যা নির্দেশ করে তা করে?  আপনি কি না দেখেছি, জ্ঞান ও বুদ্ধি থাকা সত্ত্বেও সে কীভাবে ভুল পথে চলে?  তার আবেগ তাকে পরাভূত করে, যেন তার শ্রবণ ও হৃদয় সিল করা হয়েছে এবং তার চোখ ঢেকে গেছে

একটি ঘোমটা দিয়ে  তিনি কিছুই শুনতে বা দেখতে পান না এবং তিনি কিছুই বোঝেন না (46:26)।

একজন ব্যক্তি যখন তার আবেগ দ্বারা এতটা অভিভূত হয় তখন তাকে আর কে দিতে পারে

নির্দেশনা, ঐশ্বরিক ওহী ছাড়া?  (একজন মানুষের সবচেয়ে মূল্যবান ফ্যাকাল্টি হল তার বুদ্ধি  বুদ্ধি যখন আবেগ দ্বারা অন্ধ হয়ে যায় তখন তা দাসত্বে পরিণত হয় এবং এর ফলে তা খুঁজে পায় ইচ্ছা পরিবেশন করার উপায় এবং তাদের ন্যায্যতা দেওয়ার জন্য মুদ্রা যুক্তি।  এই ধরনের পরিস্থিতিতে শুধুমাত্র একটি মানুষের বুদ্ধি ও আবেগের চেয়েও উচ্চতর শক্তি নির্দেশনা দিতে পারে।  আর এই শক্তি ওহী ছাড়া আর কিছুই হতে পারে না।) আপনি কি এই বাস্তবতা নিয়ে চিন্তা করতে পারেন না?)

(৪৬:২৬

وَلَقَدْ مَكَّنَّاهُمْ فِيمَا إِنْ مَكَّنَّاكُمْ فِيهِ وَجَعَلْنَا لَهُمْ سَمْعًا وَأَبْصَارًا وَأَفْئِدَةً فَمَا أَغْنَىٰ عَنْهُمْ سَمْعُهُمْ وَلَا أَبْصَارُهُمْ وَلَا أَفْئِدَتُهُمْ مِنْ شَيْءٍ إِذْ كَانُوا يَجْحَدُونَ بِآيَاتِ اللَّهِ وَحَاقَ بِهِمْ مَا كَانُوا بِهِ يَسْتَهْزِئُونَ

আৰু অৱশ্যে আমি সিহঁতক যেনেকৈ প্ৰতিষ্ঠিত কৰিছিলো তোমালোকক তেনেকৈ প্ৰতিষ্ঠিত কৰা নাই🔺; আৰু আমি সিহঁতক দিছিলো কাণ, চকু আৰু হৃদয়; তথাপিও সিহঁতৰ কাণ, চকু আৰু হৃদয় কোনো কামত অহা নাছিল, যেতিয়া সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। আৰু যি বিষয়ে সিহঁতে ঠাট্টা-বিদ্ৰূপ কৰিছিল, সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিলে।

(🔺cf. 89:8 - "the like of whom has never been reared in all the land"-as

৮৯:৯

وَثَمُودَ الَّذِينَ جَابُوا الصَّخْرَ بِالْوَادِ

আৰু ছামূদ সম্প্ৰদায়ৰ লগত (কি আচৰণ কৰিছিল) যিসকলে ভৈয়ামত শিল কাটি ঘৰ নিৰ্মাণ কৰিছিল;

.

Fuaad, plural Af’idah = The faculty of intellect, reasoning and insight. 17:36,  32:9, 

45:23-sa.

.

১৭:৩৬

وَلَا تَقْفُ مَا لَيْسَ لَكَ بِهِ عِلْمٌ ۚ إِنَّ السَّمْعَ وَالْبَصَرَ وَالْفُؤَادَ كُلُّ أُولَٰئِكَ كَانَ عَنْهُ مَسْئُولًا

আৰু যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই তাৰ অনুসৰণ নকৰিবা; নিশ্চয় কাণ, চকু আৰু হৃদয়- ইয়াৰ প্ৰত্যেকটোৰ বিষয়ে কৈফিয়ত তলব কৰা হ’ব।

.

৩২:৯

ثُمَّ سَوَّاهُ وَنَفَخَ فِيهِ مِنْ رُوحِهِ ۖ وَجَعَلَ لَكُمُ السَّمْعَ وَالْأَبْصَارَ وَالْأَفْئِدَةَ ۚ قَلِيلًا مَا تَشْكُرُونَ

তাৰ পিছত তেৱেঁই তাক সুঠাম কৰিছে আৰু তাত তেওঁৰ ৰূহ ফুঁৱাই দিছে। তেৱেঁই তোমালোকৰ বাবে কাণ, চকু আৰু অন্তঃকৰণ সৃষ্টি কৰিছে। তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।

.

৪৫:২৩

أَفَرَأَيْتَ مَنِ اتَّخَذَ إِلَٰهَهُ هَوَاهُ وَأَضَلَّهُ اللَّهُ عَلَىٰ عِلْمٍ وَخَتَمَ عَلَىٰ سَمْعِهِ وَقَلْبِهِ وَجَعَلَ عَلَىٰ بَصَرِهِ غِشَاوَةً فَمَنْ يَهْدِيهِ مِنْ بَعْدِ اللَّهِ ۚ أَفَلَا تَذَكَّرُونَ

এতেকে তুমি সেইজন ব্যক্তিৰ পিনে লক্ষ্য কৰিছানে, যিয়ে নিজ কামনা-বাসনাক নিজৰ ইলাহ কৰি লৈছে? আৰু তাৰ ওচৰত জ্ঞান অহাৰ পিছতো আল্লাহে তাক বিভ্ৰান্ত কৰিছে, আৰু তেওঁ তাৰ কাণ আৰু হৃদয়ত মোহৰ মাৰি দিছে। তেওঁ তাৰ চকুৰ ওপৰত ৰাখি দিছে আৱৰণ। এতেকে আল্লাহৰ পিছত কোনে তাক হিদায়ত দিব? তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?)

____arranged syedraf____

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.