39:10-verse/note

39:10-verse/note
৩৯:১০
قُلْ يَا عِبَادِ الَّذِينَ آمَنُوا اتَّقُوا رَبَّكُمْ ۚ لِلَّذِينَ أَحْسَنُوا فِي هَٰذِهِ الدُّنْيَا حَسَنَةٌ ۗ وَأَرْضُ اللَّهِ وَاسِعَةٌ ۗ إِنَّمَا يُوَفَّى الصَّابِرُونَ أَجْرَهُمْ بِغَيْرِ حِسَابٍ
জনাই দিয়া, ‘হে মোৰ মুমিন বান্দাসকল! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা। যিসকলে এই পাৰ্থিৱ জীৱনত কল্যাণকৰ কাম কৰে তেওঁলোকৰ বাবে আছে কল্যাণ। আল্লাহৰ পৃথিৱী বিশাল প্ৰশস্ত, কেৱল ধৈৰ্যশীলসকলকেই তেওঁলোকৰ প্ৰতিদান অগণিতভাৱে পূৰ্ণৰূপে প্ৰদান কৰা হ’ব’।
.
39:10 Say: “[Thus speaks God:]16 'O you servants of Mine who have attained to faith! Be conscious of your Sustainer! Ultimate good awaits those who per­severe in doing good in this world. And [remember:] wide is God's earth,17 [and,] verily, they who are patient in adversity will be given their reward in full, beyond all reckoning!' "(as).

Note 16
This interpolation is justified by the fact that the possessive pronoun in the subsequent phrase "servants of Mine" obviously relates to God.

Note 17
I.e., there is always a possibility of doing good and "migrating from evil unto God" - which is the permanent, spiritual connotation of the concept of hijrah implied here: see  4:97.
(৪:৯৭
إِنَّ الَّذِينَ تَوَفَّاهُمُ الْمَلَائِكَةُ ظَالِمِي أَنْفُسِهِمْ قَالُوا فِيمَ كُنْتُمْ ۖ قَالُوا كُنَّا مُسْتَضْعَفِينَ فِي الْأَرْضِ ۚ قَالُوا أَلَمْ تَكُنْ أَرْضُ اللَّهِ وَاسِعَةً فَتُهَاجِرُوا فِيهَا ۚ فَأُولَٰئِكَ مَأْوَاهُمْ جَهَنَّمُ ۖ وَسَاءَتْ مَصِيرًا
নিশ্চয় যিসকলে নিজৰ ওপৰত অন্যায় কৰে সিহঁতৰ প্ৰাণগ্ৰহণৰ সময়ত ফিৰিস্তাসকলে কয়, ‘তোমালোকে কি অৱস্থাত আছিলা’? সিহঁতে কয়, ‘পৃথিৱীত আমি নিঃসহায় আছিলো’, সিহঁতে কয়, ‘আল্লাহৰ পৃথিৱী ইমান প্ৰশস্ত নাছিলনে যে তোমালোকে আন ঠাইলৈ হিজৰত কৰি যাব নোৱাৰিলা’? ইহঁতৰেই আবাসস্থল জাহান্নাম, আৰু এইটো কিমান যে নিকৃষ্ট আবাস!
(Find Verse/note4:97. press link:
.
হিজৰত যে কেৱল এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিতকেই বুজাই তেনে নহয়। ই দুই ধৰণৰ অৰ্থ বহন কৰে।
(Jihad referred to "striving hard in God's cause" (jihad) in the widest sense of the term, embracing both physical and moral efforts and the sacrifice.4:97).
.
-হিজৰত-
এজনে বহুবছৰৰ পৰাই বেয়া কাম কৰি আছে। তেওঁ বহুদিনৰ পৰাই আমাৰ "বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ" নামৰ লিখনি আৰু ভিডিঅ' চাই অনুভৱ কৰিলেযে, তেওঁ বেয়া কাম কৰি আছে। গতিকে এইবোৰ বাদ দি ভাল কাম কৰিব! তাৰমানে তেওঁ বেয়াৰ পৰা ভাললৈ আহিব। এই কাম ইমান সহজ নহয়। ইয়াৰ বাবে লাগিব ধৈৰ্য। অৰ্থাৎ ধৈৰ্য সহকাৰে বেয়াৰ পৰা ভাললৈ আহিব লাগিব। এইযে আহিব তেওঁ ব্যৱহাৰিক ভাৱে স্থানান্তৰিত হ'ব। ইয়েই এক প্ৰকাৰৰ হিজৰত।
.
Arranged Syedraf 

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.