37:39-Ap-refs

37:39-Ap-refs:
🔺১০৩:১-৩
 وَالْعَصْرِ
সময়ৰ শপত,
১০৩:২
إِنَّ الْإِنْسَانَ لَفِي خُسْرٍ
নিশ্চয় মানুহ ক্ষতিগ্ৰস্থতাত নিপতিত,
১০৩:৩
إِلَّا الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ وَتَوَاصَوْا بِالْحَقِّ وَتَوَاصَوْا بِالصَّبْرِ
কিন্তু তেওঁলোকৰ বাহিৰে, যিসকলে ঈমান আনিছে আৰু সৎকাম কৰিছে লগতে (যিসকলে) পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য ধাৰণ কৰিবলৈ উৎসাহ দিয়ে।
.
🔺৯৫:৪-৬
لَقَدْ خَلَقْنَا الْإِنْسَانَ فِي أَحْسَنِ تَقْوِيمٍ
নিশ্চয় আমি মানুহক সৰ্বোত্তম গঠনত সৃষ্টি কৰিছো,
৯৫:৫
ثُمَّ رَدَدْنَاهُ أَسْفَلَ سَافِلِينَ
তাৰ পিছত আমি তাক হীনতাগ্ৰস্থসকলৰ হীনতমত পৰিণত কৰিছো,
৯৫:৬
إِلَّا الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ فَلَهُمْ أَجْرٌ غَيْرُ مَمْنُونٍ
কেৱল সেইসকল লোকৰ বাহিৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে; তেওঁলোকৰ বাবে আছে অফুৰন্ত শুভ প্ৰতিদান।
.
🔺১৯:৭১-৭২ see in link: https://bit.ly/3O1T3fn
.
🔺৭৪:৩৮-৩৯
كُلُّ نَفْسٍ بِمَا كَسَبَتْ رَهِينَةٌ
প্ৰত্যেক ব্যক্তি নিজ কৃতকৰ্মৰ বাবে দায়বদ্ধ,
৭৪:৩৯
إِلَّا أَصْحَابَ الْيَمِينِ
কিন্তু সোঁপন্থী লোকসকলৰ বাহিৰে,
.
Raf.

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.