(A)Good doers(مُحْسِنِينَ) ‏with ‎(B)Do-Don't in Quran ‎(C)Video of A’maal Saaleh(righteous deeds)

(A)Good doers(مُحْسِنِينَ) with (B)Do-Don't in Quran (C)Video of A’maal Saaleh(righteous deeds)
.

কিয় কোৰআন মজিদ বুজি পঢ়াটো বাধ্যতামূলক(28:85:-এটা সাধাৰণ উদাহৰণঃ
ভাল কাম কৰোতাক এল্লাহে ভাল পায়, তেওঁৰ চিন্তাৰ কোনো কাৰণ নাই(ইয়াতো, তাতো)।।
.
ভালকাম কৰোতা(good-doer)(مُحْسِنِينَ):-
١٣٤:٣
الَّذِينَ يُنْفِقُونَ فِي السَّرَّاءِ وَالضَّرَّاءِ وَالْكَاظِمِينَ الْغَيْظَ وَالْعَافِينَ عَنِ النَّاسِ ۗ وَاللَّهُ يُحِبُّ الْمُحْسِنِينَ
৩:১৩৪
যিসকলে সচ্ছল আৰু অসচ্ছল অৱস্থাত ব্যয় কৰে, আৰু যিসকল ক্ৰোধ সংবৰণকাৰী; মানুহৰ প্ৰতি ক্ষমাশীল; আৰু আল্লাহে মুহছিনসকলক (الْمُحْسِنِينَ) ভাল পায়;
আৰু আয়াত চাওঁকঃ
2/58(Lack of Confidence in God: They Refuse to Enter Jerusalem,‘This town’ = Can’aan = The land of Palestine. See 5:21, 7:161 ),
2/112(They have fulfilled the purpose of life that is, to serve the Creator by serving His creation, thereby developing their personalities in this life, and thus, attaining true immortality with further progress in the life to come),
2/195=”আৰু তোমালোকে আল্লাহৰ পথত ব্যয় কৰা আৰু নিজ হাতে নিজকে ধ্বংসৰ মুখত ঠেলি নিদিবা, আৰু তোমালোকে ইহছান কৰা, নিশ্চয় আল্লাহ ইহছানকাৰীক ভাল পায়”।
.
2/236=”যদি তোমালোকে স্ত্ৰীসকলক স্পৰ্শ নকৰি অথবা মোহৰ নিৰ্ধাৰণ নকৰি তালাক্ব দিয়া তেন্তে তোমালোকৰ কোনো পাপ নহয়; আৰু তোমালোকে সিহঁতৰ বাবে কিবা সংস্থান কৰি দিবা, সচ্ছলে তাৰ সাধ্যমতে আৰু অসচ্ছলে তাৰ সামৰ্থানুযায়ী, বিধিমতে সংস্থান কৰিব, এইটো সৎকৰ্মশীল লোকৰ কৰ্তব্য।”
.
3/134,3/148,4/125,5/13,5/85,5/93,6/84,7/56,7/161,9/91,9/120,11/115,12/22,12/36,12/56,12/78,12/90,16/128,22/37,28/14,26/69,31/3,31/22,33/29,37/80,37/105,
37/110,37/113,37/121,37/131,39/34,
39/58,
46/12,51/46,77/44.
.
বিঃদ্ৰঃ সৎকামৰ নিৰ্দেশ দিয়া(৩:১১৪) মানে কোৰআনত কোৱাঁ সৎকামহে!
..
٨٥:٢٨(২৮:৮৫)
إِنَّ الَّذِي فَرَضَ عَلَيْكَ الْقُرْآنَ لَرَادُّكَ إِلَىٰ مَعَادٍ ۚ قُلْ رَبِّي أَعْلَمُ مَنْ جَاءَ بِالْهُدَىٰ وَمَنْ هُوَ فِي ضَلَالٍ مُبِينٍ
.
~এইখিনি আপোনাৰ বাবে চৈয়দৰফে যোগোতালে~6.9.2020~
।।।।
(B)Do-Don't in Quran:click link:
1-
.
.
(C)Video of A’maal Saaleh(11:11)
All parts:
.
BY SYEDRAF

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.