Is Sadaqa Jariya accepted according to the Quran?
৫৩:৩৯
وَأَنْ لَيْسَ لِلْإِنْسَانِ إِلَّا مَا سَعَىٰ
আৰু এই যে, মানুহে সেইটোৱে পায়, যিটো সি চেষ্টা কৰে,
⬇️
এই আয়াতক তথাকথিত হাদিসে তলত দিয়া ধৰণেৰে ব্যাখ্যা কৰিছে যিটোৰ অস্তিত্ব কোৰআনত নাই।
১. অৰ্থাৎ যেনেকৈ কোনেও কাৰো গুনাহৰ দায়ভাৰ নল’ব ঠিক সেইদৰে আখিৰাততো ছোৱাব কেৱল সেইবোৰ আমলৰেই পাব যিবোৰ বান্দাই নিজে মেহনত কৰি আমল কৰিছিল। বুজা গ’ল এই আয়াতৰ সম্পৰ্ক আখিৰাতৰ প্ৰতিদানৰ লগত জড়িত। যদিও কিছুমান ক্ষেত্ৰত মানুহে মৃত্যুবৰণ কৰাৰ পিছতো ছোৱাব পাই থাকে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যেতিয়া কোনো ব্যক্তিয়ে মৃত্যুবৰণ কৰে তেতিয়া তাৰ সকলো আমল (ৰ ছোৱাব) বন্ধ হৈ যায়, 🩸🏇কেৱল তিনিটা আমলৰ বাহিৰেঃ (১)🩸 ছাদক্বায়ে জাৰিয়া (যেনে বৃক্ষ ৰোপন কৰা, পানী যোগান ধৰাৰ বাবে কুঁৱা, দমকল আদিৰ ব্যৱস্থা কৰা ইত্যাদি বহুতো কাম আছে) (২) উপকাৰী শিক্ষা (৩) সুসন্তান, যিয়ে নিজৰ পিতৃ-মাতৃৰ বাবে আল্লাহৰ ওচৰত দুআ কৰে। (ছহীহ মুছলিম, হাদীছ নং ১৬৩১)
.
ছদকাৰ বিষয়ে কোৰআনে কি কৈছে চাওঁক:
🩸Is Sadaqa Jariya accepted according to the Quran?
⬇️
✔️1)-Charity given sincerely benefits the giver more than the one who received it When given with pure intentions , it helps in.imbuing compassion and concern for one's fellow beings and it's effects are multiplied as mentioned in the Quran .
However , the idea that this positive results of charity continues even.after one's death is not a principle found in.the Quran .e.g. ..We ccommonly are told that if one builds a well , the as long as people drink from it for hundreds of years thereafter , you would be still collecting blessings ….or building a musjid , is similar .This teAchings come from secondary sources viz hadith .
The problem we have is in misunderstanding the concept of sawaab or blessings .
We commonly believe it to be like coins that we will be given ie an external reward system .
Blessings or sawaab are internal benefits to one's personal growth and development in making one more God conscious .
Any charitable act ie a hungry man sharing his last date with another starving person is actually more meritorious than a wealthy man building a mosque from his vast resources of wealth.
Allah does not give the wealthy an.advantage to gain more blessings after their deaths when they leave behind mosques ,compared to the poor man .
🩸🏇All deeds and character development cease upon one's death .As Quran States , it will be too late then even when one pleads for another chance to go back to do more good .
Sawaab is open to all ..whilst we alive on this earth .Once you die…it is time for accountability with whatever you have achieved until moment of death …..Rich or knowledgeable people do not have any extra advantage over rest to continue collecting sawaab( whatever that means ).(QuoraAmod Abdul Kader).
.
✔️2)- Yes, good act initiates a chain of benefits thus reward goes back to the initiator by being multiplied.
For those who give in “sadaqah”, men and women, and loan to God a Beautiful Loan, it shall be increased manifold (to their credit), and they shall have (besides) a liberal reward. (🔖Quran 57:18)
The parable of those who spend their substance in the way💙 of God is that of a grain of corn: it groweth seven ears, and each ear Hath a hundred grains. God giveth manifold increase to whom He pleaseth: (🔖Quran 2:261)
Concept is there in the Quran and any form of charity to the poor, orphan,neighbour, slave, travellers etc are accepted (🔖4:36–39). But traditionally in Islam “sadaqah jaariyah” is understood as “spending for public welfare” such as building well (to provide water), building hospital, planting trees, spreading knowledge, building resting place for travellers etc.
Maha Rizma Quora
।।।।
🔖Quran 57:18, 2:261, 4:36–39
.
💙In the way of God means Striving in the cause of God: Dedicating our lives and money to God
Press link:
https://ahsana3923.blogspot.com/2022/04/striving-in-cause-of-god-dedicating-our.html
.
💚৫৭:১৮
إِنَّ الْمُصَّدِّقِينَ وَالْمُصَّدِّقَاتِ وَأَقْرَضُوا اللَّهَ قَرْضًا حَسَنًا يُضَاعَفُ لَهُمْ وَلَهُمْ أَجْرٌ كَرِيمٌ
নিশ্চয় দানশীল পুৰুষ আৰু দানশীলা নাৰী আৰু যিসকলে আল্লাহক উত্তম ঋণ দিয়ে, তেওঁলোকক (ইয়াৰ পৰিবৰ্তে) বহু গুণ বৃদ্ধি কৰি দিয়া হ’ব আৰু তেওঁলোকৰ বাবে আছে সন্মানজনক পুৰস্কাৰ।
.
২:২৬১
مَثَلُ الَّذِينَ يُنْفِقُونَ أَمْوَالَهُمْ فِي سَبِيلِ اللَّهِ كَمَثَلِ حَبَّةٍ أَنْبَتَتْ سَبْعَ سَنَابِلَ فِي كُلِّ سُنْبُلَةٍ مِائَةُ حَبَّةٍ ۗ وَاللَّهُ يُضَاعِفُ لِمَنْ يَشَاءُ ۗ وَاللَّهُ وَاسِعٌ عَلِيمٌ
যিসকলে নিজৰ ধন-সম্পদ আল্লাহৰ পথত ব্যয় কৰে সিহঁতৰ উদাহৰণ শস্যৰ এটা বীজৰ দৰে, যিটোৰ পৰা সাতটা সিজা ওলায়, প্ৰত্যেক সিজাত এশটা শস্য দানা থাকে; আৰু আল্লাহে যাক ইচ্ছা কৰে বহু গুণে বৃদ্ধি কৰি দিয়ে; আৰু আল্লাহ সৰ্বব্যাপী-প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।
.
৪:৩৬-৩৯
۞ وَاعْبُدُوا اللَّهَ وَلَا تُشْرِكُوا بِهِ شَيْئًا ۖ وَبِالْوَالِدَيْنِ إِحْسَانًا وَبِذِي الْقُرْبَىٰ وَالْيَتَامَىٰ وَالْمَسَاكِينِ وَالْجَارِ ذِي الْقُرْبَىٰ وَالْجَارِ الْجُنُبِ وَالصَّاحِبِ بِالْجَنْبِ وَابْنِ السَّبِيلِ وَمَا مَلَكَتْ أَيْمَانُكُمْ ۗ إِنَّ اللَّهَ لَا يُحِبُّ مَنْ كَانَ مُخْتَالًا فَخُورًا
তোমালোকে আল্লাহৰ ইবাদত কৰা, আৰু তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা; লগতে পিতৃ-মাতৃ আৰু আত্মীয়-স্বজন, ইয়াতীম, অভাৱগ্ৰস্ত, নিকট প্ৰতিবেশী, দূৰ-প্ৰতিবেশী, সঙ্গী-সাৰথি, মুছাফিৰ আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীসকলৰ প্ৰতি সদ্ব্যৱহাৰ কৰা। নিশ্চয় আল্লাহে দাম্ভিক, অহংকাৰীক পছন্দ নকৰে।
৪:৩৭
الَّذِينَ يَبْخَلُونَ وَيَأْمُرُونَ النَّاسَ بِالْبُخْلِ وَيَكْتُمُونَ مَا آتَاهُمُ اللَّهُ مِنْ فَضْلِهِ ۗ وَأَعْتَدْنَا لِلْكَافِرِينَ عَذَابًا مُهِينًا
যিসকলে কৃপণালি কৰে আৰু মানুহক কৃপণতাৰ নিৰ্দেশ দিয়ে আৰু আল্লাহে নিজ অনুগ্ৰহত সিহঁতক যি প্ৰদান কৰিছে সেয়া গোপন কৰে; আৰু আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।
৪:৩৮
وَالَّذِينَ يُنْفِقُونَ أَمْوَالَهُمْ رِئَاءَ النَّاسِ وَلَا يُؤْمِنُونَ بِاللَّهِ وَلَا بِالْيَوْمِ الْآخِرِ ۗ وَمَنْ يَكُنِ الشَّيْطَانُ لَهُ قَرِينًا فَسَاءَ قَرِينًا
আৰু যিসকলে মানুহক দেখুৱাবলৈ নিজৰ ধন-সম্পদ ব্যয় কৰে লগতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ নকৰে আৰু চয়তান যাৰ সঙ্গী হয়। এতেকে সেই সঙ্গী কিমান যে নিকৃষ্ট!
৪:৩৯
وَمَاذَا عَلَيْهِمْ لَوْ آمَنُوا بِاللَّهِ وَالْيَوْمِ الْآخِرِ وَأَنْفَقُوا مِمَّا رَزَقَهُمُ اللَّهُ ۚ وَكَانَ اللَّهُ بِهِمْ عَلِيمًا
সিহঁতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিলে আৰু আল্লাহে সিহঁতক যি প্ৰদান কৰিছে তাৰ পৰা ব্যয় কৰিলে সিহঁতৰ কি ক্ষতি হ’লহেঁতেন? আৰু আল্লাহে সিহঁতৰ বিষয়ে সম্যক অৱগত।
......syedraf.....
Comments
Post a Comment