66:12-verse/notes-as
66:12-verse/notes-as
৬৬:১২
وَمَرْيَمَ ابْنَتَ عِمْرَانَ الَّتِي أَحْصَنَتْ فَرْجَهَا فَنَفَخْنَا فِيهِ مِنْ رُوحِنَا وَصَدَّقَتْ بِكَلِمَاتِ رَبِّهَا وَكُتُبِهِ وَكَانَتْ مِنَ الْقَانِتِينَ
(আল্লাহে আৰু উদাহৰণ দিছে) ইমৰাণৰ জীয়েক🚦1 মাৰয়ামৰ- যিয়ে নিজ লজ্জাস্থানৰ পৱিত্ৰতা ৰক্ষা কৰিছিল, ফলত আমি তাত আমাৰ ৰূহৰ পৰা ফুঁৱাই🚦2 দিছিলো আৰু তেওঁ তেওঁৰ প্ৰতিপালকৰ বাণী আৰু তেওঁৰ কিতাবসমূহ সত্য বুলি গ্ৰহণ কৰিছিল🚦3 আৰু তেওঁ আছিল অনুগতসকলৰ অন্যতম।
.
66:12 And [We have propounded yet another parable of God-consciousness in the story of] Mary, the daughter of Imran,🚦1 who guarded her chastity, whereupon We breathed of Our spirit into that [which was in her womb],🚦2 and who accepted the truth of her Sustainer's words - and [thus,] of His revelations🚦3 - and was one of the truly devout.(as).
Note🚦-1
I.e., a descendant of the House of 'lmran (cf. on 3:33).
(৩:৩৩
۞ إِنَّ اللَّهَ اصْطَفَىٰ آدَمَ وَنُوحًا وَآلَ إِبْرَاهِيمَ وَآلَ عِمْرَانَ عَلَى الْعَالَمِينَ
নিশ্চয় আল্লাহে আদম, নুহ আৰু ইব্ৰাহীমৰ বংশধৰ আৰু ইমৰাণৰ বংশধৰক সমগ্ৰ সৃষ্টিজগতৰ ওপৰত মনোনীত কৰিছে।)
(find 3:33-link:
Note🚦-2
I.e., into the as yet unborn child (the explaining the pronoun in fihi). For an explanation of the much-misunderstood allegorical phrase, "We breathed of Our spirit into it", see on 21:91.
(২১:৯১
وَالَّتِي أَحْصَنَتْ فَرْجَهَا فَنَفَخْنَا فِيهَا مِنْ رُوحِنَا وَجَعَلْنَاهَا وَابْنَهَا آيَةً لِلْعَالَمِينَ
আৰু স্মৰণ কৰা সেইজনী নাৰীক, যিয়ে নিজ লজ্জাস্থানৰ হিফাজত কৰিছিল, সেয়ে তাইৰ মাজত আমি আমাৰ ৰূহ ফুৱাই দিলো। তেওঁক আৰু তেওঁৰ পুত্ৰক সৃষ্টিজগতৰ বাবে এটা নিদৰ্শন বনাই দিলোঁ।)
(find 21:91 in the link:
Note🚦-3
For the meaning of God's "words" (kalimat), see on 3:39.
(৩:৩৯
فَنَادَتْهُ الْمَلَائِكَةُ وَهُوَ قَائِمٌ يُصَلِّي فِي الْمِحْرَابِ أَنَّ اللَّهَ يُبَشِّرُكَ بِيَحْيَىٰ مُصَدِّقًا بِكَلِمَةٍ مِنَ اللَّهِ وَسَيِّدًا وَحَصُورًا وَنَبِيًّا مِنَ الصَّالِحِينَ
তাৰ পিছত যেতিয়া যাকাৰিয়্যাই ইবাদত কক্ষত চালাতত থিয় হৈছিল, তেতিয়া ফিৰিস্তাসকলে তেওঁক আহ্বান কৰি ক’লে, ‘নিশ্চয় আল্লাহে আপোনাক ইয়াহইয়াৰ সুসংবাদ দিছে, তেওঁ হ’ব আল্লাহৰ তৰফৰ পৰা আগমনকৃত এটা কলিমাৰ সত্যায়নকাৰী, নেতা, ভোগ আসক্তিমুক্ত আৰু পূণ্যৱানসকলৰ অন্তৰ্ভুক্ত এজন নবী’।)
(find 3:39-link:
.
syedraf
Comments
Post a Comment