35:18-verse/note/refs

35:18-verse/note/refs
৩৫:১৮
وَلَا تَزِرُ وَازِرَةٌ وِزْرَ أُخْرَىٰ ۚ وَإِنْ تَدْعُ مُثْقَلَةٌ إِلَىٰ حِمْلِهَا لَا يُحْمَلْ مِنْهُ شَيْءٌ وَلَوْ كَانَ ذَا قُرْبَىٰ ۗ إِنَّمَا تُنْذِرُ الَّذِينَ يَخْشَوْنَ رَبَّهُمْ ⬅️بِالْغَيْبِ وَأَقَامُوا الصَّلَاةَ ۚ وَمَنْ تَزَكَّىٰ فَإِنَّمَا يَتَزَكَّىٰ لِنَفْسِهِ ۚ وَإِلَى اللَّهِ الْمَصِيرُ
আৰু কোনো বহনকাৰীয়ে আনৰ বোজা বহন নকৰিব,1🩸 আৰু কোনোবা ভাৰাক্ৰান্ত ব্যক্তিয়ে যদি তাৰ বোজা বহনৰ বাবে কাৰোবাক মাতে তথাপিও তাৰ বোজাৰ কোনো অংশই বহন কৰা নহ’ব আনকি তাৰ নিকট আত্মীয় হ’লেও নকৰিব🩸2। তুমি কেৱল তেওঁলোককহে সতৰ্ক কৰিব পাৰিবা যিসকলে নিজ প্ৰতিপালকক নেদেখাকৈয়ে ভয় কৰে🩸3 আৰু ছালাত কায়েম কৰে। যিয়ে নিজকে পৰিশুদ্ধি কৰে, সি নিজৰ কল্যাণৰ বাবেই পৰিশুদ্ধি কৰে। প্ৰত্যাৱৰ্তন কেৱল আল্লাহৰ ফালেই।
.
35:18 AND NO BEARER of burdens shall be made to bear another's burden;1🩸 and if one weighed down by his load calls upon [another] to help him carry it, nothing thereof may be carried [by that other], even if it be one's near of kin.2🩸 Hence, thou canst [truly] warn only those who stand in awe of their Sustainer although He is beyond the reach of their perception,3🩸 and are constant in prayer, and [know that] whoever grows in purity, attains to purity but for the good of his own self, and [that] with God is all journeys' end.(as).


Note🩸1
I.e., on Judgment Day - for "whatever [wrong] any human being commits rests upon him alone" (6:164, which is followed by a sentence identical with the one above).


Note🩸2
Thus, any transfer of moral responsibility from one person to another is shown to be impossible. Whereas the first part of the above statement implies a negation of the Christian doctrine of "original sin" with which mankind is supposedly burdened, the second part categorically refutes the doctrine of the "vicarious atonement" of that sin by Jesus. (See 53:38)

Note🩸3
For an explanation of this rendering of ➡️bi'l-ghayb, see surah 2:3 🌿. The meaning is that only those "who believe in the existence of that which is beyond the reach of human perception" can really benefit by the "warning" inherent in the preceding statement. (See also 27:80 and 30:52.)
(🌿find the verse/note 2:3-link:
.
(৬:১৬৪
قُلْ أَغَيْرَ اللَّهِ أَبْغِي رَبًّا وَهُوَ رَبُّ كُلِّ شَيْءٍ ۚ وَلَا تَكْسِبُ كُلُّ نَفْسٍ إِلَّا عَلَيْهَا ۚ وَلَا تَزِرُ وَازِرَةٌ وِزْرَ أُخْرَىٰ ۚ ثُمَّ إِلَىٰ رَبِّكُمْ مَرْجِعُكُمْ فَيُنَبِّئُكُمْ بِمَا كُنْتُمْ فِيهِ تَخْتَلِفُونَ
কোৱা, ‘মই আল্লাহৰ বাহিৰে আন কোনো ৰব অনুসন্ধান কৰিম নেকি? অথচ তেৱেঁই সকলো বস্তুৰ ৰব’। প্ৰত্যেকেই নিজ নিজ কৃতকৰ্মৰ বাবে দায়ী আৰু কোনোৱেই আনৰ বোজা বহন নকৰিব। তাৰ পিছত তোমালোকৰ প্ৰত্যাৱৰ্তন তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই, এতেকে যি বিষয়ে তোমালোকে মতানৈক্য কৰিছিলা, সেয়া তেওঁ তোমালোকক অৱহিত কৰাব।
.
৫৩:৩৮
أَلَّا تَزِرُ وَازِرَةٌ وِزْرَ أُخْرَىٰ
সেয়া হৈছে যে, কোনো বোজা বহনকাৰীয়ে আনৰ বোজা বহন নকৰিব,)
.
২৭:৮০
إِنَّكَ لَا تُسْمِعُ الْمَوْتَىٰ وَلَا تُسْمِعُ الصُّمَّ الدُّعَاءَ إِذَا وَلَّوْا مُدْبِرِينَ
নিশ্চয় তুমি মৃতক শুনাব নোৱাৰিবা, আৰু বধিৰকো আহ্বান শুনাব নোৱাৰিবা, যেতিয়া সিহঁতে পিঠি দেখুৱাই গুচি যায়।
.
৩০:৫২
فَإِنَّكَ لَا تُسْمِعُ الْمَوْتَىٰ وَلَا تُسْمِعُ الصُّمَّ الدُّعَاءَ إِذَا وَلَّوْا مُدْبِرِينَ
এতেকে নিশ্চয় তুমি মৃতক শুনাব নোৱাৰিবা, বধিৰকো আহ্বান শুনাব নোৱাৰিবা, যেতিয়া সিহঁতে পৃষ্ঠপ্ৰদৰ্শন কৰি গুচি যায়।
.
.. syedraf..

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.