29:68-ref(6:66)
29:68-ref(6:66)
২৯:৬৮
وَمَنْ أَظْلَمُ مِمَّنِ افْتَرَىٰ عَلَى اللَّهِ كَذِبًا أَوْ كَذَّبَ *بِالْحَقِّ لَمَّا جَاءَهُ ۚ أَلَيْسَ فِي جَهَنَّمَ مَثْوًى لِلْكَافِرِينَ
আৰু যি ব্যক্তিয়ে আল্লাহৰ ওপৰত মিছা ৰচনা কৰে অথবা তেওঁৰ তৰফৰ পৰা সত্য# অহাৰ পিছতো সেয়া অস্বীকাৰ কৰে, সেইজনতকৈ অধিক যালিম আৰু কোন হ’ব পাৰে? জাহান্নামৰ মাজতেই কাফিৰসকলৰ আবাসস্থল নহয়নে বাৰু?#
(#the truth= reveal/manifest/show a truth or right, to be proven true ie Quran)
.
✍️BB-ref:(6:66)*
৬:৬৬
وَكَذَّبَ بِهِ قَوْمُكَ وَهُوَ الْحَقُّ ۚ قُلْ لَسْتُ عَلَيْكُمْ بِوَكِيلٍ
আৰু তোমাৰ সম্প্ৰদায়ে ইয়াক মিছা বুলি কৈছে অথচ এইটো সত্য। কোৱা, ‘মই তোমালোকৰ কাৰ্যনিৰ্বাহক নহয়’।
.
[6:66] And (Wa) your people (Qaw'mu-ka) have denied it (Kazzaba Bi-hi) while (Wa) it (Huwa) is the truth(43:78⛱️) (El'Haqqu). Say (Qul): "I (Mohammed) am not (Las'tu Bi) your advocate (Wakiil Ålai'kum)."
(৪৩:৭৮⛱️
لَقَدْ جِئْنَاكُمْ بِالْحَقِّ وَلَٰكِنَّ أَكْثَرَكُمْ لِلْحَقِّ كَارِهُونَ
আল্লাহে ক’ব, ‘অৱশ্যে আমি তোমালোকৰ ওচৰত সত্য লৈ আহিছিলো, কিন্তু তোমালোকৰ সৰহভাগেই আছিল সত্য অপছন্দকাৰী’।)
.
📍Verse/Note:
(6:66-67) Despite this, your people O Rasool, treat the revelation as false even though it is certain truth. Tell them: I have not been appointed as a guardian over you. Manifestation of the consequences of your wrongdoing takes place at a time prescribed by Allah s laws and by and by, you will know it (7/182-83)(pz).
(৭:১৮১-১৮৩
وَمِمَّنْ خَلَقْنَا أُمَّةٌ يَهْدُونَ بِالْحَقِّ وَبِهِ يَعْدِلُونَ
আৰু যিসকলক আমি সৃষ্টি কৰিছো সিহঁতৰ মাজত এনেকুৱা এটা দল আছে যিসকলে ন্যায়ভাৱে পথ দেখুৱায় আৰু সেই অনুযায়ী (বিচাৰ মীমাংসাত) ইনচাফ কৰে।
৭:১৮২
وَالَّذِينَ كَذَّبُوا بِآيَاتِنَا سَنَسْتَدْرِجُهُمْ مِنْ حَيْثُ لَا يَعْلَمُونَ
আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, অনতিপলমে আমি সিহঁতক এনেকৈ লাহে লাহে ধ্বংসৰ পিনে লৈ যাম যে, সিহঁতে গমেই নাপাব।
৭:১৮৩
وَأُمْلِي لَهُمْ ۚ إِنَّ كَيْدِي مَتِينٌ
আৰু আমি সিহঁতক অৱকাশ দিওঁ; নিশ্চয় মোৰ কৌশল অত্যন্ত বলিষ্ঠ।
........raf........
Comments
Post a Comment