24:51-verse/note/ref
২৪:৫১
إِنَّمَا كَانَ قَوْلَ الْمُؤْمِنِينَ إِذَا دُعُوا إِلَى اللَّهِ وَرَسُولِهِ لِيَحْكُمَ بَيْنَهُمْ أَنْ يَقُولُوا سَمِعْنَا وَأَطَعْنَا ۚ وَأُولَٰئِكَ هُمُ الْمُفْلِحُونَ
মুমিনসকলৰ উক্তি1 হৈছে এইটো3— যেতিয়া 2তেওঁলোকৰ মাজত বিচাৰ-ফয়চালা কৰি দিয়াৰ বাবে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পিনে আহ্বান কৰা হয়, তেতিয়া তেওঁলোকে কয়, ‘আমি শুনিলো আৰু আনুগত্য কৰিলো’। তেওঁলোকেই সফলকাম4।
.
24:51 (sam).
The only word1 of the believers,2 when they are invited to God and His messenger, that he3 judge between them, is that they say: “We hear and we obey,” — and it is they who are the successful.4
1-Arabic: qawl — speech, teaching, doctrine, word.
2-See note to (al) 📍mu’minūn at 8:2.
3-Or He or it. See note to 24:48 above.
4-Cf. 2:5, 3:104, 7:8, 7:157, 9:88, 23:102,
24:51, 30:38, 31:5, 59:9, 64:16.
.
৮:২📍
إِنَّمَا الْمُؤْمِنُونَ الَّذِينَ إِذَا ذُكِرَ اللَّهُ وَجِلَتْ قُلُوبُهُمْ وَإِذَا تُلِيَتْ عَلَيْهِمْ آيَاتُهُ زَادَتْهُمْ إِيمَانًا وَعَلَىٰ رَبِّهِمْ يَتَوَكَّلُونَ
প্ৰকৃত মুমিন সিহঁতেই যিসকলৰ হৃদয় আল্লাহক স্মৰণ কৰা হ’লে কম্পিত হয় আৰু তেওঁৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰা হ’লে সেয়া সিহঁতৰ ঈমান বৃদ্ধি কৰে, আৰু সিহঁতে কেৱল নিজ প্ৰতিপালকৰ ওপৰতেই ভৰসা কৰে।
(find verse/note 8:2:link:
https://qurantafseeritself.blogspot.com/2022/02/part-1630801-03al-anfal-spoils-of-war.html)
.
২:৫
أُولَٰئِكَ عَلَىٰ هُدًى مِنْ رَبِّهِمْ ۖ وَأُولَٰئِكَ هُمُ الْمُفْلِحُونَ
তেওঁলোকেই নিজ প্ৰতিপালকৰ নিৰ্দেশিত হিদায়তৰ ওপৰত আছে আৰু তেওঁলোকেই সাফল্যমণ্ডিত ।
.
Comments
Post a Comment