21:95-96[Dhu-l-qarnain and Gog and Magog (Verses 18:83–18:101)]
Dhu-l-qarnain and Gog and Magog (Verses 18:83–18:101).
Part-279-মিনি সূচিঃPart-279(18:83-95)Al-Kahf
✔️আগ-কথাঃ(বুজাৰ বাবে এই খণ্ডৰ ভিডিঅ' চোৱাটো অত্যন্ত জৰুৰী)
(Video: link: Part-279:video )
ইয়াত জুল-কাৰনাইনৰ গোটেই পৃথিৱীৰ
তিনিটা বৃহৎ অভিযানৰ কথা বৰ্ণিত হৈছে।
১)১৮:৮৫-৮৬:(তেওঁ সূৰ্য অস্ত যোৱাৰ স্থানত উপস্থিত হ’ল)
২)১৮:৮৯-৯০(তেওঁ যেতিয়া সূৰ্যোদয়ৰ ঠাই পালে)
৩)১৮:৯২-৯৩(অৱশেষত তেওঁ যেতিয়া দুই পৰ্বতৰ মধ্যৱৰ্তী স্থলত উপনীত হ’ল☘️। এই অভিযানত
ইয়া’জুজ আৰু মা’জুজক যি পৃথিৱীত অশান্তি সৃষ্টি কৰি আছিল সিহঁতক তেতিয়াৰ দিনতেই উন্নতমানৰ বৈজ্ঞানিক প্ৰযুক্তিবিদ্যাৰে আল্লাহে দিয়া জ্ঞানেৰে লোৰ টিন আৰু তামেৰে এখন দেৱালেৰে বন্দী কৰি ৰাখিলে।(☘️see sabbir note at 18:92).
Read more: Link:
।।।
১৮:৮৩-৮৪(The Leader of Two Generations)
১৮:৮৬(চকুৰে দেখাক, বেলি উদয় আৰূ অস্ত যোৱা বুলি কোৱা হয়,যিটো কোৰআনত ব্যৱহৃত হৈছে -টোকা চাব)
১৮:৮৫-৯৩(ওপৰৰ আগ-কথা চাওঁক)
.
🟦280-মিনি সূচিঃPart-280(18:96-101)Al-Kahf
(অনুগ্ৰহ কৰি আগৰ ২৭৯ খণ্ডটো চাই ল'ব)
১৮:৯৬(This verse indicate the science of elements i.e. chemistry and chemical engineering-Note)
১৮:৯৮-১০১("Coming of the Last Hour" comprises an indefinite)(The barrier will stay in place and crumble according to Divine laws)
...
Comments
Post a Comment