ref/exp11:8

ref/exp11:8
.
১১:৮
وَلَئِنْ أَخَّرْنَا عَنْهُمُ الْعَذَابَ إِلَىٰ أُمَّةٍ مَعْدُودَةٍ لَيَقُولُنَّ مَا يَحْبِسُهُ ۗ أَلَا يَوْمَ يَأْتِيهِمْ لَيْسَ مَصْرُوفًا عَنْهُمْ وَحَاقَ بِهِمْ مَا كَانُوا بِهِ يَسْتَهْزِئُونَ
আৰু যদি নিৰ্দিষ্ট সময়ৰ বাবে আমি সিহঁতৰ পৰা শাস্তি স্থগিত ৰাখো🟣 তেন্তে সিহঁতে অৱশ্যে ক’ব, ‘কিহে ইয়াক নিবাৰণ কৰিছে’?🔴 সাৱধান! যিদিনা সিহঁতৰ ওচৰত এইটো আহিব সেইদিনা এইটো সিহঁতৰ পৰা নিবৃত্ত কৰা নহ’ব আৰু যি বিষয়ে সিহঁতে ঠাট্টা-বিদ্ৰূপ কৰে সেয়া সিহঁতক পৰিবেষ্টন কৰিব।🔵
.
11:8 And thus it is: if We defer their suffering until a time-limit set [by Us],🟣 they are sure to say, "What is preventing it [from coming now]?"🔴 Oh, verily, on the Day when it befalls them there will be nothing to avert it from them; and they shall be overwhelmed by the very thing which they were wont to deride.🔵
⬇️

Note🟣
Lit., "a time computed [by Us]", i.e., the Day of Judgment: a reference to the last sentence of verse 3(1-🚩) above, where the Prophet is made to say, "I dread for you the suffering [which is bound to befall you] on that awesome Day!" Among the several meanings which the noun ummah comprises, that of "time" or "a period of time" is the most appropriate here. 
(1-🚩...নিশ্চয় মই তোমালোকৰ ওপৰত মহা দিৱসৰ শাস্তিৰ আশংকা কৰো..)


Note🔴
For an explanation of this allusion to the attitude of the unbelievers, see (2-🚩)8:32 and (2-🚩)10:50, as well as the corresponding notes; cf. also (2-🚩)6:57. The repeated Qur'anic references to the above derisive query are evidently meant to show that the attitude of mind responsible for it is not restricted to an isolated historic incident, but is symptomatic of most, if not all, people "who are bent on denying the truth".

Note🔵
Lit., "that which they were wont to deride enfolded them (haqa bihim)". The use of the past tense in the verb haqa, despite the fact that it refers to the future, has the syntactic value of a stress, implying the inevitability of the happening to which it relates.
(See 3-🚩6:10.)
.
(2-🚩)=
৮:৩২
وَإِذْ قَالُوا اللَّهُمَّ إِنْ كَانَ هَٰذَا هُوَ الْحَقَّ مِنْ عِنْدِكَ فَأَمْطِرْ عَلَيْنَا حِجَارَةً مِنَ السَّمَاءِ أَوِ ائْتِنَا بِعَذَابٍ أَلِيمٍ
আৰু স্মৰণ কৰা, যেতিয়া সিহঁতে কৈছিল, ‘হে আল্লাহ! এইবোৰ যদি তোমাৰ ফালৰ পৰা সঁচাই সত্য হয় তেন্তে আমাৰ ওপৰত তুমি শিলা-বৃষ্টি বৰ্ষণ কৰা অথবা আমাৰ ওপৰত কোনো যন্ত্ৰণাদায়ক শাস্তি লৈ আহা’।
.
১০:৫০
قُلْ أَرَأَيْتُمْ إِنْ أَتَاكُمْ عَذَابُهُ بَيَاتًا أَوْ نَهَارًا مَاذَا يَسْتَعْجِلُ مِنْهُ الْمُجْرِمُونَ
কোৱা, ‘তোমালোকে কি ভৱা কোৱাচোন, যদি তেওঁৰ শাস্তি তোমালোকৰ ওপৰত ৰাতিতে বা দিনতেই আহি পৰে, তেন্তে অপাৰধীসকলে তাৰ কোনটো অংশ অতিসোনকালে পাব বিচাৰে’?
.
৬:৫৭
قُلْ إِنِّي عَلَىٰ بَيِّنَةٍ مِنْ رَبِّي وَكَذَّبْتُمْ بِهِ ۚ مَا عِنْدِي مَا تَسْتَعْجِلُونَ بِهِ ۚ إِنِ الْحُكْمُ إِلَّا لِلَّهِ ۖ يَقُصُّ الْحَقَّ ۖ وَهُوَ خَيْرُ الْفَاصِلِينَ
কোৱা, ‘নিশ্চয় মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত; অথচ তোমালোকে ইয়াক অস্বীকাৰ কৰিছা। তোমালোকে যিটো ততালিকে পাব বিচৰা সেইটো মোৰ ওচৰত নাই। হুকুম কেৱল আল্লাহৰ ওচৰতেই, তেওঁ সত্য বৰ্ণনা কৰে আৰু ফয়চালাকাৰীসকলৰ মাজত তেৱেঁই শ্ৰেষ্ঠ’।
...
(3-🚩)=
৬:১০
وَلَقَدِ اسْتُهْزِئَ بِرُسُلٍ مِنْ قَبْلِكَ فَحَاقَ بِالَّذِينَ سَخِرُوا مِنْهُمْ مَا كَانُوا بِهِ يَسْتَهْزِئُونَ
আৰু তোমাৰ পূৰ্বে বহুতো ৰাছুলক উপহাস কৰা হৈছে। ফলত যিসকলে তেওঁলোকৰ লগত উপহাস কৰিছিল সিহঁতক সিহঁতৰ উপহাসেই পৰিবেষ্টন কৰি লৈছে।(asad).
..... syedraf.....

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.