ছালাত কায়েম কৰাৰ চমু অৰ্থ:।।।।

🛑ছালাত কায়েম কৰাৰ চমু অৰ্থ:
।।।।
২৯:৪৫
اتْلُ👉 مَا أُوحِيَ إِلَيْكَ مِنَ الْكِتَابِ وَأَقِمِ الصَّلَاةَ ۖ إِنَّ الصَّلَاةَ تَنْهَىٰ عَنِ الْفَحْشَاءِ وَالْمُنْكَرِ ۗ وَلَذِكْرُ اللَّهِ أَكْبَرُ ۗ وَاللَّهُ يَعْلَمُ مَا تَصْنَعُونَ
তোমাৰ প্ৰতি যি কিতাব 🌈অহী কৰা হয়, তাৰ পৰা তুমি 👉তিলাৱত কৰা আৰু 👉ছালাত কায়েম কৰা। নিশ্চয় ছালাতে অশ্লীল আৰু অসৎকৰ্মৰ পৰা বিৰত ৰাখে। আৰু আল্লাহৰ স্মৰণেই হৈছে সৰ্বশ্ৰেষ্ঠ। তোমালোকে যি কৰা আল্লাহে সেয়া জানে।
.
Root,(اتْلُ) Ta-Lam-Waw
=To read, recite, peruse, rehearse, declare, meditate.
.
৪:৪৩
-"...মুখেৰে যি কোৱা তাক নজনালৈকে ছালাতৰ নিকটৱৰ্তী নহ'বা......"।
.
৬১:২-৩
যিটো কোৱা তাক পালন কৰা।।
।।।।
ই‌য়াৰ সমূহিয়া অৰ্থ হ'ল:
🌈ৱহীক জানি বুজি নিজৰ জীৱনত বাস্তৱিক ৰূপ দিয়াই ছালাত কায়েম কৰা।।
।।।।ৰফ।।।নজৰুল।।।

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.