Explanation 9:1

৯:১
بَرَاءَةٌ مِنَ اللَّهِ وَرَسُولِهِ إِلَى الَّذِينَ عَاهَدْتُمْ مِنَ الْمُشْرِكِينَ
এইটো আল্লাহ আৰু তেওঁৰ ৰাছুলৰ তৰফৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা, সেইসকল মুশ্বৰিকৰ প্ৰতি যিসকলৰ লগত তোমালোকে পাৰস্পৰিক চুক্তিত আৱদ্ধ হৈছিলা।
.
9:1 This is an ultimatum from God and His messenger to those who set up partners with whom you had entered a treaty.

Note:
Those who abuse the Quranic statement "obey God and His messenger," to mean obeying the Quran and numerous books of hearsay, are convicted by this verse. By claiming that God is represented by the Quran, but the messenger is represented by hearsay collections produced centuries after Muhammed, they separate God and messenger from each other (🦋4:150). Verse 9:1 attributes the ultimatum issued in this chapter to "God and His messenger." Since, God did not author the Quran in consultation with Muhammed, the only reason why the messenger was mentioned after God, is that the messenger will deliver the ultimatum as it is, like a trustworthy mailman. Thus, we should use similar inferences when we see verses telling us to "obey God and His messenger." Those verses do not mean God and His messenger represent different authorities or sources, but simply mean, "Obey God by obeying the message brought to you through His messenger." In the Quran we do not see a single verse instructing us to "obey Muhammed" or "obey Moses;" the verses always refer to obeying the messenger, since messengers' sole mission is to deliver God's message without distorting, adding, or subtracting from it. The messenger, on the Day of Judgment (🍒 25:30), will reject those who distort, add to, and subtract from God's message by hearsay.

It is also noteworthy that the verb used for God and His messenger in 📍8:24 is in its singular form. Remind verse 🏇6:114 to the polytheists who wish to raise Muhammed from the position of messengership to the position of legislator next to God. Also, see 😀 49:1(edip).
(📍 চাওঁক,৮:২৪ আৰু ৪৯:১ আয়াত দুটা কেনেকৈ ফিৰ্কাবিদসকলে  ব্যাখ্যা কৰিছে!👇!
৮:২৪
يَا أَيُّهَا الَّذِينَ آمَنُوا اسْتَجِيبُوا لِلَّهِ وَلِلرَّسُولِ إِذَا دَعَاكُمْ لِمَا يُحْيِيكُمْ ۖ وَاعْلَمُوا أَنَّ اللَّهَ يَحُولُ بَيْنَ الْمَرْءِ وَقَلْبِهِ وَأَنَّهُ إِلَيْهِ تُحْشَرُونَ
হে মুমিনসকল! ৰাছুলে যেতিয়া তোমালোকক এনে কিবাৰ প্ৰতি আহ্বান কৰে যিটোৱে তোমালোকক জীৱন দান কৰিব, তেতিয়া তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আহ্বানত সঁহাৰি দিবা[১] আৰু জানি থোৱা, নিশ্চয় আল্লাহ মানুহৰ আৰু তাৰ হৃদয়ৰ মাজত অন্তৰায় হৈ যায়। নিশ্চয় তেওঁৰ পিনেই তোমালোকক একত্ৰিত কৰা হ’ব।
.
১. ইয়াত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অনুসৰণৰ উপকাৰ দাঙি ধৰা হৈছে। অৰ্থাৎ পৰিপক্ক সত্যবাদী মুমিনে লাভ কৰিব অমৰ ও চিৰস্থায়ী জীৱন। সেয়ে সত্যবাদী মুমিন হৈছে সেইজন ব্যক্তি যিজনে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে লগতে কোৰআন আৰু হাদীছৰ আমলী অনুসৰণ কৰে। যিয়ে আল্লাহৰ পথত জিহাদত ওলোৱাৰ ফলত যদি সি শ্বহীদ হয় তেন্তে তাৰ বাবে সেয়া মৃত্যু নহয় বৰং তেওঁ (জান্নাতত) চিৰস্থায়ী জীৱন লাভ কৰে। পক্ষান্তৰে এজন গাইৰ মুমিন ঈমানৰ তুলনাত এটা মৃতদেহৰ দৰে আৰু সি জাহান্নামৰ চিৰস্থায়ী শাস্তি ভোগ কৰিব।
.
😀৪৯:১
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تُقَدِّمُوا بَيْنَ يَدَيِ اللَّهِ وَرَسُولِهِ ۖ وَاتَّقُوا اللَّهَ ۚ إِنَّ اللَّهَ سَمِيعٌ عَلِيمٌ
হে মুমিনসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সন্মুখত তোমালোকে কোনো বিষয়ে অগ্ৰণী নহ'বা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।(১).
(১). অৰ্থাৎ দ্বীনৰ ক্ষেত্ৰত ফয়চালা কৰোঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অগ্ৰণী নহ’বা। কাৰণ এনেকুৱাও হ’ব পাৰে যে, তোমালোকে যিটো ফয়চালা কৰিবা সেইটো আল্লাহৰ আৰু তেওঁৰ ৰাছুলৰ ফয়চালাৰ বিপৰীত।

....০০০....ৰফ্...
🏇৬:১১৪
أَفَغَيْرَ اللَّهِ أَبْتَغِي حَكَمًا وَهُوَ الَّذِي أَنْزَلَ إِلَيْكُمُ الْكِتَابَ مُفَصَّلًا ۚ وَالَّذِينَ آتَيْنَاهُمُ الْكِتَابَ يَعْلَمُونَ أَنَّهُ مُنَزَّلٌ مِنْ رَبِّكَ بِالْحَقِّ ۖ فَلَا تَكُونَنَّ مِنَ الْمُمْتَرِينَ
(কোৱা) ‘মই আল্লাহৰ বাহিৰে আন কাৰোবাক ফয়চালাকাৰী হিচাপে অন্বেষণ কৰিম নেকি? অথচ তেৱেঁই তোমালোকৰ প্ৰতি বিস্তাৰিত কিতাব অৱতীৰ্ণ কৰিছে’! আৰু আমি যিসকলক কিতাব প্ৰদান কৰিছো সিহঁতে জানে যে, নিশ্চয় এইখন তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা যথাযথভাৱে নাযিলকৃত। গতিকে তুমি সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’বা।
।।।।
🦋৪:১৫০
إِنَّ الَّذِينَ يَكْفُرُونَ بِاللَّهِ وَرُسُلِهِ وَيُرِيدُونَ أَنْ يُفَرِّقُوا بَيْنَ اللَّهِ وَرُسُلِهِ وَيَقُولُونَ نُؤْمِنُ بِبَعْضٍ وَنَكْفُرُ بِبَعْضٍ وَيُرِيدُونَ أَنْ يَتَّخِذُوا بَيْنَ ذَٰلِكَ سَبِيلًا
নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰী কৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ মাজত পাৰ্থক্য কৰিব বিচাৰে আৰু সিহঁতে কয়, ‘আমি কিছুমানৰ ওপৰত ঈমান আনো আৰু কিছুমানৰ লগত কুফৰী কৰো’; আৰু সিহঁতে ইয়াৰ মধ্যৱৰ্তী এটা পথ অৱলম্বন কৰিব বিচাৰে।
।।।।
🍒২৫:৩০
وَقَالَ الرَّسُولُ يَا رَبِّ إِنَّ قَوْمِي اتَّخَذُوا هَٰذَا الْقُرْآنَ مَهْجُورًا
আৰু ৰাছুলে ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মোৰ সম্প্ৰদায়ে কোৰআনক পৰিত্যজ সাব্যস্ত কৰিছে’।
।।।।

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.