2:24.notes

This fire is generated in and engulfs the hearts 2:74, 9:110, 66:6, 104:6. Hajar = Stone = Rock = A stone-hearted person = Elite leadership = An apparently tough, prominent man = The hard or high segment of a hill.
.
২:৭৪
ثُمَّ قَسَتْ قُلُوبُكُمْ مِنْ بَعْدِ ذَٰلِكَ فَهِيَ كَالْحِجَارَةِ أَوْ أَشَدُّ قَسْوَةً ۚ وَإِنَّ مِنَ الْحِجَارَةِ لَمَا يَتَفَجَّرُ مِنْهُ الْأَنْهَارُ ۚ وَإِنَّ مِنْهَا لَمَا يَشَّقَّقُ فَيَخْرُجُ مِنْهُ الْمَاءُ ۚ وَإِنَّ مِنْهَا لَمَا يَهْبِطُ مِنْ خَشْيَةِ اللَّهِ ۗ وَمَا اللَّهُ بِغَافِلٍ عَمَّا تَعْمَلُونَ
ইয়াৰ পিছতো তোমালোকৰ হৃদয় কঠিন হৈ গ’ল, যেনিবা শিল অথবা তাতোকৈ কঠিন। অথচ কিছুমান এনেকুৱা শিল আছে যিবোৰৰ পৰা নৈ-নিজৰা প্ৰবাহিত হয়, আৰু কিছুমান এনেকুৱা আছে যিবোৰ বিদীৰ্ণ হোৱাৰ পিছত তাৰ পৰা পানী নিৰ্গত হয়, আকৌ কিছুমান আল্লাহৰ ভয়ত খহি পৰে, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।
.
9:110 The building which they have built will never cease to be a source of misgiving in their hearts unless their hearts be torn to pieces. God is Knower, Wise.
(Note:A building that divides believers will remain a source of unrest in the hearts of the sectarians until their hearts stop beating-sa).
.
৬৬:৬
يَا أَيُّهَا الَّذِينَ آمَنُوا قُوا أَنْفُسَكُمْ وَأَهْلِيكُمْ نَارًا وَقُودُهَا النَّاسُ وَالْحِجَارَةُ عَلَيْهَا مَلَائِكَةٌ غِلَاظٌ شِدَادٌ لَا يَعْصُونَ اللَّهَ مَا أَمَرَهُمْ وَيَفْعَلُونَ مَا يُؤْمَرُونَ
হে ঈমান্দাৰসকল! তোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়ালবৰ্গক জাহান্নামৰ পৰা ৰক্ষা কৰা, যাৰ ইন্ধন হ’ব মানুহ আৰু শিল, য’ত নিয়োজিত আছে নিৰ্মম, কঠোৰস্বভাৱৰ ফিৰিস্তাসকল, যিসকলে আল্লাহৰ আদেশ অমান্য নকৰে; আৰু তেওঁলোকে যি কৰিবলৈ আদেশপ্ৰাপ্ত হয় সেইটোৱেই কৰে।
.
১০৪:৬
نَارُ اللَّهِ الْمُوقَدَةُ
ই আল্লাহৰ প্ৰজ্বলিত জুই।

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.